• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বাৰিষাত ভৰিৰ যত্ন কেনেকৈ লব? জানো আহক

নিউজ ডেস্ক by নিউজ ডেস্ক
July 22, 2022
in News, জীৱনশৈলী, সংবাদ, স্বাস্থ্য
1 min read
0
বাৰিষাত ভৰিৰ যত্ন কেনেকৈ লব? জানো আহক
Share on FacebookShare on Twitter

বাৰিষা কালত ৰাস্তা-ঘাট বোকাময় হৈ পৰে। ৰাস্তাত জমা হোৱা পানী আৰু বোকাত সকলোৰে অৱস্থা বেয়া হৈ পৰে। যদি পানীময় ৰাস্তাত জোতা সম্পূৰ্ণৰূপে তিতি যায়, তেন্তে পৰিস্থিতি আৰু বেছি বেয়া হৈ পৰে। দীৰ্ঘদিন ধৰি তিতি থকা জোতা পিন্ধিলে ভৰিত ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে। গতিকে, বাৰিষাত ভৰিৰ বিশেষ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। ঘৰতে কেইটামান সহজ পদ্ধতিৰে ভৰিৰ যত্ন লওকঃ

১) বাৰিষা কালত ভৰি শুকান কৰি ৰাখিবলৈ চেষ্টা কৰক। ভৰি দুখন বেছি সময় তিতি থাকিলে দুৰ্গন্ধ আৰু ভেঁকুৰৰ সংক্ৰমণৰ সমস্যা হ’ব।

২) আৰ্দ্ৰতাৰ বাবে ভেঁকুৰৰ সংক্ৰমণ বা ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। গতিকে, খালী ভৰিৰে খোজ কাঢ়িব নালাগে।

৩) বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত কুমলীয়া পানীত এন্টিচেপ্টিকেৰে ভৰি পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ ফলত ভেঁকুৰ সংক্ৰমণৰ প্ৰৱণতা হ্ৰাস পাব।

৪) শুকান ভৰিত এন্টিফাংগেল পাউদাৰ ব্যৱহাৰ কৰিব লাগে। বিশেষকৈ বাহিৰৰ পৰা উভতি অহাৰ পিছত ভৰি পৰিষ্কাৰ কৰাৰ পিছত এন্টিফাংগেল পাউদাৰ ব্যৱহাৰ কৰিলে ভৰিৰ বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

৫) ভৰিৰ নখ সমানে ট্ৰিম কৰি ৰাখিব লাগে। নখৰ গুৰিত মলি জমা হ’লেও সংক্ৰমণৰ সমস্যা বাঢ়ি যায়।

৬) প্ৰতিদিনে গা ধোৱাৰ পিছত আৰু ৰাতি শোৱাৰ আগতে শুকান ভৰিত ক্ৰীম লগাব লাগে। এলাৰ্জীৰ সমস্যা থাকিলে বিশেষ ফুট ক্ৰীম ব্যৱহাৰ কৰক।

Previous Post

মইনা নায়ক বৰ্তমান সংকট মুক্ত!

Next Post

আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ! কেইবাটাও দাবী উত্থাপন

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
Viksit Bharat Sankalp Yatra continues its journey in Assam
News

Viksit Bharat Sankalp Yatra continues its journey in Assam

December 5, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
Next Post
আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ! কেইবাটাও দাবী উত্থাপন

আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ! কেইবাটাও দাবী উত্থাপন

ক’ভিড-১৯ ত আক্রান্ত ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন কে.এল. ৰাহুল

ক'ভিড-১৯ ত আক্রান্ত ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন কে.এল. ৰাহুল

ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ! গুৱাহাটীতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ মেচ খেলিব ভাৰতে

ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ! গুৱাহাটীতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ মেচ খেলিব ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8