যাতায়ত আৰু আন্তগাঁথনিৰ নামত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত তথা আৱন্টন…
- কেন্দ্ৰই অনুমোদন দিছে ৯৫৮ কোটি টকা ।
- মথাঁউৰিৰ সংৰক্ষণ হ’ব
- ৫ টা ৰাষ্টাৰ বাবে ১৩১ কোটি টকা
- ১০৩ টা পৰিয়ালক ভুমিৰ আৱন্টন মৰিয়নী ৰাইজক।
- তামুলপুৰ মেডিকেল কলেজৰ বাবে ৪৫০ কোটি টকা ।
- যোৰহাট বিমান বন্দৰৰ সম্প্ৰসাৰণ।
- ৰাজ্যিক প্ৰতীক চূড়ান্তকৰণ ।
- শিলচৰ পৌৰসভাক পৌৰনিগম হিচাপে স্বীকৃতিৰে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰিব ।