• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভুৱা বাতৰি প্ৰচাৰৰ বাবেই ১৬টা জনপ্ৰিয় ইউটিউব চেনেল নিষিদ্ধ কৰিলে মোদী চৰকাৰে

নিউজ ডেস্ক by নিউজ ডেস্ক
April 26, 2022
in News, আন্তৰ্জাতিক, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ভুৱা বাতৰি প্ৰচাৰৰ বাবেই ১৬টা জনপ্ৰিয় ইউটিউব চেনেল নিষিদ্ধ কৰিলে মোদী চৰকাৰে
Share on FacebookShare on Twitter

পুনৰ কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিছে ১৬টা ইউটিউব চেনেল । ভুৱা বাতৰি প্ৰচাৰৰ বাবে এনে সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে । নিষিদ্ধ কৰা ১৬টা চেনেলৰ ভিতৰত পাকিস্তানৰ ৬টা চেনেলো আছে।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বিবৃতিত কৈছে যে, এই চেনেলসমূহে ভুৱা বাতৰি প্ৰচাৰ কৰিছিল। প্ৰধানকৈ সামাজিক মাধ্যমতে তেওঁলোকে বাতৰিসমূহ শ্বেয়াৰ কৰিছিল। ইয়াৰ ফলত দেশৰ নিৰাপত্তাত ব্যাপক প্ৰভাৱ পৰিছিল। কেৱল সেয়াই নহয়,ভাৰতৰ বৈদেশিক নীতি,সাম্প্ৰদায়িক সম্প্ৰীতিৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰিছিল।

আনকি চেনেলসমূহে আই টি নিয়ম ২০২১-ও অনু সৰণ কৰা নাছিল। সেয়ে এই পদক্ষেপ লোৱা হৈছে। বিবৃতিটোত লগতে কোৱা হৈছে যে এই চেনেলসমূহত থকা বিষয়বস্তু সমূহত সন্ত্ৰাসবাদী গোটৰ সম্পৰ্কত বিভিন্ন তথ্য দাঙি ধৰা হয়। সেইদৰে বিভিন্ন ধৰ্মাৱলম্বী মানুহৰ ওপৰত আঘাত কৰা হৈছিল।এনে বিভিন্ন অভিযোগৰ বাবেই এই ১৬টা ইউটিউব চেনেল নিষিদ্ধ কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ শেহতীয়াকৈ ভাৰত চৰকাৰে আন ২২টা চেনেল নিষিদ্ধ কৰিছিল। যোৱা ৫ এপ্ৰিলৰ পৰা এই চেনেলসমূহ দেশত নিষিদ্ধ কৰা হৈছিল।

এইবাৰ নিষিদ্ধ কৰা ১৬টা চেনেলৰ ভিতৰত ভাৰতৰ ১০টা আৰু পাকিস্তানৰ ৬টা চেনেল আছে।

ভাৰতৰ নিষিদ্ধ কৰা চেনেলসমূহ ক্ৰমে,

Saini Education Research
Hindi Mein Dekho
Technical Yogendra
Aaj te news
SBB News
Defence News24x7
The study time
Latest Update
MRF TV LIVE
Tahaffuz-E-Deen India

ইয়াৰ উপৰি নিষিদ্ধ কৰা পাকিস্তানৰ চেনেলকেইটা ক্ৰমে,

AjTak Pakistan

Discover Point

Reality Checks

Kaiser Khan

The Voice of Asia

Bol Media Bol

Previous Post

চিন্তাৰ কাৰন নাই :ফাদিল হোৱা নাই SI পৰীক্ষাৰ প্ৰশ্নকাকত

Next Post

নগাঁৱত ড্ৰাগছসহ আটক এহাল দম্পত্তি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নগাঁৱত ড্ৰাগছসহ আটক এহাল দম্পত্তি

নগাঁৱত ড্ৰাগছসহ আটক এহাল দম্পত্তি

চেন্নাইত সন্ধান ওলাইছে  জি এম তি এইচৰ পৰা অপহৃত শিশু

চেন্নাইত সন্ধান ওলাইছে জি এম তি এইচৰ পৰা অপহৃত শিশু

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8