• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জিগনেশ মেৱানীক হাজিৰ কৰোৱা হ’ল বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত

নিউজ ডেস্ক by নিউজ ডেস্ক
April 26, 2022
in News, অসম, ৰাজনীতি, সংবাদ
0
জিগনেশ মেৱানীক হাজিৰ কৰোৱা হ’ল বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত
Share on FacebookShare on Twitter

সোমবাৰে সন্ধিয়া কোকৰাঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক মঙলবাৰে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেস্তনীৰ মাজতেই কংগ্ৰেছৰ বিধায়ক তথা দলিত নেতাগৰাকীক বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদলৈ অনা হয় ৷

উল্লেখ্য যে,সোমবাৰে কোকৰাঝাৰত ৰুজু হোৱা গোচৰটোত কংগ্ৰেছৰ বিধায়কগৰাকীয়ে জামিন লাভ কৰিলে ৷ কিন্তু তাৰ পাচতেই আকৌ বৰপেটাৰোড থানাত ৰুজু হোৱা আন এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় জিগনেশ মেৱানীক ৷ কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা কংগ্ৰেছৰ বিধায়কগৰাকীক পোনে পোনে বৰপেটা সদৰ থানালৈ লৈ অনা হৈছে ৷

ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৩/৩৫৩/৩৫৪ নং ধাৰাত বৰপেটাৰোড আৰক্ষী থানাত ৰুজু হোৱা ৮১/২০২২ নং গোচৰৰ ভিত্তিত দ্বিতীয়বাৰৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জিগনেশ মেৱানীক ৷ চলিত বৰ্ষৰ ২১ এপ্ৰিলত জিগনেশ মেৱানীৰ বিৰুদ্ধে এজন চৰকাৰী কৰ্মচাৰীক দায়িত্ব পালনত বাধা দিয়া আৰু এগৰাকী মহিলা আৰক্ষী বিষয়াক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত ৰুজু কৰা গোচৰৰ ভিত্তিতে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

Previous Post

কংগ্ৰেছ দল এতিয়াও শেষ হৈ যোৱা নাই : গৌৰৱ গগৈ

Next Post

মহানগৰীত অট্টালিকাৰ পৰা পৰিল বনকৰা কিশোৰী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মহানগৰীত অট্টালিকাৰ পৰা পৰিল বনকৰা কিশোৰী

মহানগৰীত অট্টালিকাৰ পৰা পৰিল বনকৰা কিশোৰী

শীঘ্ৰেই টুইটাৰ ক্ৰয় কৰাৰ সপোন পূৰ হ’ব এলন মাস্কৰ

শীঘ্ৰেই টুইটাৰ ক্ৰয় কৰাৰ সপোন পূৰ হ'ব এলন মাস্কৰ

চিন্তাৰ কাৰন নাই :ফাদিল হোৱা নাই SI পৰীক্ষাৰ প্ৰশ্নকাকত

চিন্তাৰ কাৰন নাই :ফাদিল হোৱা নাই SI পৰীক্ষাৰ প্ৰশ্নকাকত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8