• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিভিন্ন স্থানত পালন কৰা হ’ল সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণ অনুষ্ঠান

নিউজ ডেস্ক by নিউজ ডেস্ক
May 17, 2022
in News, অসম, সংবাদ
1 min read
0
বিভিন্ন স্থানত পালন কৰা হ’ল সাংবাদিক  পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণ অনুষ্ঠান
Share on FacebookShare on Twitter

পৰাগ কুমাৰ দাস । সাংবাদিকতাৰ এটা উজ্জল নাম । এই নামটো যেন অসমৰ সাংবাদিকতাৰ ইতিহাসৰ এক নক্ষত্ৰ। ১৯৯৬চনৰ আজিৰ দিনটোতেই ৰাজগড় পথত অসম জাতীয় বিদ্যালয়ৰ তেতিয়াৰ স্থানত থকা ভৱনৰ পৰা নিজ পুত্ৰক হাতত ধৰি উলিয়াই অনাৰ অৱস্থাত পথত নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল সাংবাদিক পৰাগ কুমাৰ দাসক । অসংখ্য লোকৰ চকুৰ সন্মুখতে নৃশংসভাৱে প্ৰখ্যাত সাংবাদিক অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক পৰাগ কুমাৰ দাসৰ এই হত্যাকাণ্ডই সমগ্ৰ বিশ্বতে জোকাৰি গৈছিল।

কিন্তু দুভাগ্যৰ কথা যে,গণমুখী সাংবাদিকতাৰ আপোচহীন কাণ্ডাৰী অসমক স্বনিৰ্ভৰশীল আৰু সুস্থ জাতীয়তাবাদী চেতনা সমৃদ্ধ ঐক্যৱদ্ধ খিলঞ্জীয়া জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে খৰ্বিত মানৱধিকাৰ প্ৰতিবাদৰ বাবে ৰাজপথ আৰু কলমেৰে যুঁজ দিয়া এইগৰাকী প্ৰখ্যাত মানৱধিকাৰ কৰ্মীৰ হত্যাকাৰীৰ কোনো বিচাৰ নহ’ল।


মঙলবাৰে অনুষ্ঠিত হয় ২৬সংখ্যক স্মৃতিচাৰণ অনুষ্ঠান।বন্তি প্ৰজ্বলনেৰে পৰাগ দাসৰ ২৬সংখ্যক স্মৰণ দিৱসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে পৰাগ কুমাৰ দাসৰ পত্নী পূৰবী দাসে। তেওঁৰ পিছত স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধা তৰ্পন কৰে ক্ৰমে- বিশিষ্ট আইনবিদ অৰূপ বৰবৰা, মাছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বৰ্তমানৰ সাংসদ অজিত কুমাৰ ভূঞা, প্ৰাক্তন সচিব লাচিত বৰদলৈ, একালৰ পৰাগ দাসৰ সতীৰ্থ তথা জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ, পৰাগ দাসৰ জ্যেষ্ঠ ভগ্নী ড০ জয়শ্ৰী বৰা, ভাতৃ ডাঃ জ্যোতি দাস, খিলঞ্জীয়া সুৰক্ষা মঞ্চৰ সচিব প্ৰধান অনুপ চেতিয়া, বৰ্তমানৰ মাছৰ অধ্যক্ষ আদিত্য লহকৰ, ভাৰপ্ৰাপ্ত সচিব লক্ষী ডেকা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তকে ধৰি বিভিন্ন জ্যেষ্ঠ আৰু নতুন প্ৰজন্মৰ যুৱক-যুৱতী।

ইপিনে পুৱা ১১বজাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট শিক্ষাবিদ, লেখক উদয়াদিত্য ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত হয় পৰাগ কুমাৰ দাস বটাঁ প্ৰদান অনুষ্ঠান।

 

এইবাৰ উক্ত বটাঁ প্ৰদান কৰা হৈছে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক। তদুপৰি উক্ত সভাতে, বিগত ২৫বছৰে অনুষ্ঠিত হোৱা সদৌ অসম পৰাগ দাস সোঁৱৰণি প্ৰতিযোগিতাৰ বিষয়সমূহ আৰু এইক্ষেত্ৰত নিৰ্বাচিত প্ৰতিযোগীৰ বক্তব্য সম্পাদনা কৰা কৰি প্ৰকাশ কৰা ৫০০পৃষ্ঠাৰ এখন গ্ৰন্থও প্ৰকাশ কৰা হয়।

Previous Post

ভূমিস্খলনৰ আশংকা! কামৰূপত আপদকালীন সেৱাৰ টেলিফোন নম্বৰ মুকলি

Next Post

পইতা ভাতেৰে শৰীৰ নিৰোগী কৰি ৰাখো আহক…

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’
News

Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’

June 7, 2023
Next Post
পইতা ভাতেৰে শৰীৰ নিৰোগী কৰি ৰাখো আহক…

পইতা ভাতেৰে শৰীৰ নিৰোগী কৰি ৰাখো আহক...

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা বাতিল

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা বাতিল

ক’ৰোনাৰ পিছত টমেট’ ফ্লু! কেৰেলাৰ জনস্বাস্থ্যলৈ ভাবুকি

ক'ৰোনাৰ পিছত টমেট’ ফ্লু! কেৰেলাৰ জনস্বাস্থ্যলৈ ভাবুকি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8