• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা

নিউজ ডেস্ক by নিউজ ডেস্ক
April 25, 2022
in News, ৰাষ্ট্ৰীয়, সংবাদ
0
প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা
Share on FacebookShare on Twitter

দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হয় লতা দীননাথ মংগেশকাৰ বঁটা । কোকিলকণ্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰৰ স্মৃতিত প্ৰথমবাৰলৈ প্ৰদান কৰা হয় এই বঁটা । বঁটা লাভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা দেশবাসীৰ নামত উৎসৰ্গা কৰে ৷ প্ৰধানমন্ত্ৰীয়ে লতা দিদিৰ কৰ্মৰাজি দেশবাসীৰ বাবেই উৎসৰ্গিত আছিল বুলি উল্লেখ কৰি তেওঁৰ বঁটাটো দেশবাসীৰ নামত উৎসৰ্গা কৰে ৷

মুম্বাইৰ মাতুঙ্গাৰ শান্তমুখানন্দ থিয়েটাৰত দেওবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল মাষ্টাৰ দীননাথ মংগেশকাৰ স্মাৰক সমাৰোহ । এই অনুষ্ঠানটোত প্ৰথমবাৰৰ বাবে লতা মংগেশকাৰ স্মৃতিত প্ৰদান কৰা হৈছিল এই বঁটা । প্ৰধানমন্ত্ৰী মোদীক দেশৰ প্ৰতি নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহাৰ বাবে লতা মংগেশকাৰ বঁটাৰে সন্মানিত কৰা হয় । অনুষ্ঠানটোৰ বাবে দেওবাৰে কাশ্মীৰৰ পৰা পোনে পোনে আহি মুম্বাইত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোডী ।

এই বঁটা গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰসংগত কয় যে, তেওঁ সংগীতৰ দৰে গভীৰ কলাৰ বিষয়ে অৱগত নহয় । মোদীয়ে লগতে কয় যে, “সাংস্কৃতিকভাৱে, মই অনুভৱ কৰোঁ যে সংগীত হৈছে এক অনুশীলন আৰু এক অনুভৱ । সুপ্ত হৈ থকা শব্দবোৰ প্ৰকাশ কৰাৰ ই এক মাধ্যম । সংগীতে মানৱ চেতনাক আৱেগেৰে ভৰাই তোলে । আপুনি নিথৰ হৈ বহি থকা অৱস্থাতো সংগীতৰ সুৰে আপোনাক আৱেগিক কৰি তুলিব পাৰে ।তেওঁ আৰু কয় যে, সংগীতৰ সুৰে আপোনাক নিৰ্লিপ্ততাৰ অনুভূতি দিব পাৰে । সংগীতে জীৱনক বীৰত্বপূৰ্ণ ৰসেৰে ভৰাই তোলে । লতা মংগেশকাৰৰ বাবেই আমি বাস্তৱত সংগীতৰ এই সমস্ত শক্তি দেখিছো । মই তেওঁক ব্যক্তিগতভাৱে লগ পোৱাৰ সৌভাগ্য লাভ কৰিছো । তেওঁ কৈছিল যে মংগেশকাৰ পৰিয়ালৰ প্ৰতিটো প্ৰজন্মই সংগীত সাধনাত নিজৰ জীৱন উৎসৰ্গা কৰিছে ।

Previous Post

কোন হ’ব গুৱাহাটীৰ পৰৱৰ্তী মেয়ৰ ? কি ক’লে দলে ?

Next Post

বিজেপি চৰকাৰৰ দিনত কোৰ্ট কাছাৰীৰ প্ৰয়োজন নাই : অখিল গগৈ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বিজেপি চৰকাৰৰ দিনত কোৰ্ট কাছাৰীৰ প্ৰয়োজন নাই : অখিল গগৈ

বিজেপি চৰকাৰৰ দিনত কোৰ্ট কাছাৰীৰ প্ৰয়োজন নাই : অখিল গগৈ

কেনেকৈ ফাদিল হ’ল SI পৰীক্ষাৰ প্ৰশ্নকাকত ?

কেনেকৈ ফাদিল হ'ল SI পৰীক্ষাৰ প্ৰশ্নকাকত ?

কিয় প্ৰতিবাদত নামিল সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী ?

কিয় প্ৰতিবাদত নামিল সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8