• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্রী

নিউজ ডেস্ক by নিউজ ডেস্ক
May 14, 2022
in News, অসম, সংবাদ
1 min read
0
মানিক সাহা হ’ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্রী
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ মানিক সাহাক ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা । শনিবাৰে বিয়লি বিপ্লৱ কুমাৰ দেৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছতেই এই কথা প্ৰকাশ পাইছে। উল্লেখযোগ্য যে, ৰাজ্যখনৰ ৰাজ্যপাললৈ শনিবাৰে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল বিপ্লৱ কুমাৰ দেবে ৷

মুখ্যমন্ত্ৰী গৰাকীৰ পদত্যাগৰ পিছতেই ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীৰ বাসগৃহত ৰূদ্ধধাৰ বৈঠকত মিলিত হৈছিল শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক সকল ৷ উল্লেখ্য যে, ২০১৮ চনৰ মাৰ্চ মাহৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল বিপ্লৱ কুমাৰ দেবে ৷ পদত্যাগ পত্ৰ দাখিল কৰাৰ পূৰ্বে শুকুৰবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে দেবে ।

যদিও বিজেপিৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ পদত্যাগৰ আঁৰৰ কোনো কাৰণ এতিয়াও প্ৰকাশ কৰা হোৱা নাই তথাপি দলৰ সূত্ৰই জনোৱা মতে বিপ্লৱ কুমাৰ দেবৰ নেতৃত্বৰ বিৰুদ্ধে যোৱা বছৰৰ পৰা দলৰ ভিতৰ চোৱাত বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল ।
মন কৰিব লগীয়া যে, ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী মাণিক সাহাই কংগ্ৰেছ ত্যাগ কৰি ২০১৬ চনত বিজেপি দলত যোগদান কৰিছিল। ২০২০ চনত তেওঁ ত্ৰিপুৰাৰ ৰাজ্যিক বিজেপি সভাপতি হৈছিল । ২০২১ চনৰ নৱেম্বৰ মাহত ত্ৰিপুৰাত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিৰ তেৰখন পৌৰসভা দখলৰো কৃতিত্ব আছিল মানিক সাহাৰ ।

Previous Post

আপোনাৰ শিশুটিও ডায়েবেটিচত ভুগিব পাৰে! ইয়াৰ লক্ষণবোৰ কি?

Next Post

আলফাৰ দাবী মন্ত্ৰী সঞ্জয় কিষাণে খুজিব লাগিব ক্ষমা! অন্যথা হ’ব বিহিত ব্যৱস্থা

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’
News

Marico organises the biggest pan India clean up drive, cleans over 500 kgs of waste on ‘Marico Impact Day’

June 7, 2023
Next Post
আলফাৰ দাবী  মন্ত্ৰী সঞ্জয় কিষাণে খুজিব লাগিব ক্ষমা! অন্যথা হ’ব বিহিত ব্যৱস্থা

আলফাৰ দাবী মন্ত্ৰী সঞ্জয় কিষাণে খুজিব লাগিব ক্ষমা! অন্যথা হ'ব বিহিত ব্যৱস্থা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মহানগৰীৰ অনিল নগৰৰ উন্মুক্ত নলাত পৰিল এজন

মহানগৰীৰ অনিল নগৰৰ উন্মুক্ত নলাত পৰিল এজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8