• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

উচ্চতম ন্য়ায়ালয়তো মুখ থেকেচা দিল্লীৰ উপমুখ্য়মন্ত্ৰী মণীষ চিছোডিয়াৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 13, 2022
in News, গুৱাহাটী, ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
উচ্চতম ন্য়ায়ালয়তো মুখ থেকেচা দিল্লীৰ উপমুখ্য়মন্ত্ৰী মণীষ চিছোডিয়াৰ
Share on FacebookShare on Twitter

গুজৰাট নিৰ্বাচন হাৰাৰ পাছত আম মাদমি পাৰ্টীৰ কাৰণে আৰু এটা বেয়া খবৰ । উচ্চতম ন্য়ায়ালয়ে খাৰিচ কৰিলে মণীষ চিছোডিয়াৰ আবেদন । উল্লেখ্য় যে দিল্লীৰ উপমুখ্য়মন্ত্ৰী মণীষ চিছোডিয়াই অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কৰোনা মহামাৰীৰ সময়ত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ শিতানত বজাৰ মূল্যতকৈ অধিক দামত পিপিই কিট (PPE kit) ক্ৰয় কৰাৰ অভিযোগ আনিছিল। এই অভিযোগ খণ্ডন কৰি ড০ শৰ্মাই চিছোডিয়াৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ তৰিছিল। ইয়াৰ পাছতেই মণীষ চিছোডিয়াই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তৰা মানহানি গোচৰ বাতিল কৰিবলৈ কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল  দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ আৱেদন। তাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্য়াহ্বান জনায় অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তৰা মানহানি গোচৰৰ উপশম বিচাৰি কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। কিন্তু উচ্চতম ন্যায়ালয়ৰ পৰা কোনোধৰণৰ উপশম নাপালে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোডিয়াই। সোমবাৰে অনুষ্ঠিত হোৱা শুনানিত, উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে কয় – “চিছোডিয়াই কেতিয়াবাই শর্মাৰ ওচৰত ক্ষমা খুজিব লাগিছিল। উচ্চতম ন্যায়ালয়ে লগতে কয় যে, যি সময়ত দেশ এক মহামাৰীৰ মাজৰে পাৰ হৈছে তেনে সময়ত দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক; চিছোডিয়াই ইয়াৰ পৰিণতিৰ সন্মুখীন হ’বই লাগিব।”

Tags: @himanta_bishwa_sharmah@manishSisodiya#Headline8#HighCourt#SupremeCourt
Previous Post

বৰপেটাৰ ভেল্লাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন আহত তিনি

Next Post

চীনা ব্যৱসায়ীৰ ওপৰত ISIS সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
চীনা ব্যৱসায়ীৰ ওপৰত ISIS সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণ

চীনা ব্যৱসায়ীৰ ওপৰত ISIS সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণ

ŠKODA অনুৰাগীৰ গুৱাহাটীৰ সেউজীয়া পাহাৰ ভ্ৰমণ

ŠKODA অনুৰাগীৰ গুৱাহাটীৰ সেউজীয়া পাহাৰ ভ্ৰমণ

২৬ ডিচেম্বৰৰ পৰা দিচাংমুখত ‘ব্ৰহ্মপুত্ৰ দিচাং মহোৎসৱ ২০২২’

২৬ ডিচেম্বৰৰ পৰা দিচাংমুখত 'ব্ৰহ্মপুত্ৰ দিচাং মহোৎসৱ ২০২২'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8