• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দিল্লীত ক’ভিডৰ ৮টা নতুন ভেৰিয়েণ্টত আক্ৰান্ত হ’ল বহুলোক

নিউজ ডেস্ক by নিউজ ডেস্ক
April 22, 2022
in News, ৰাষ্ট্ৰীয়, সংবাদ, স্বাস্থ্য
1 min read
0
দিল্লীত ক’ভিডৰ ৮টা নতুন ভেৰিয়েণ্টত আক্ৰান্ত হ’ল বহুলোক
Share on FacebookShare on Twitter

দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছিল ক’ভিড আক্ৰান্তৰ সংখ্যা । লাহে লাহে Work from home প্ৰক্ৰিয়া শেষ কৰি অফিচ মুখী হৈছে দেশবাসী । কিন্তু ৰাজ্য তথা দেশত ক’ভিডৰ সংক্ৰমন হ্ৰাস পাইছিল যদিও এপ্ৰিল মাহত দিল্লীত যিমান ক’ভিডৰ নমুনা সংগ্ৰহ কৰা হৈছে তাৰ বেছিভাগ নমুনাতে ওলাইছে অমিক্ৰন উপ–ভেৰিয়েণ্ট BA.2.12।

বৃহস্পতিবাৰে চিএনএন–নিউজ১৮ক জনাইছে এক চৰকাৰী সূত্ৰই। আঠটা নতুন ভেৰিয়েণ্ট পোৱা গৈছে দিল্লীত যাৰ ভিতৰত এটা প্ৰভাৱশালী আৰু সম্ভৱত এয়াই ৰাষ্ট্ৰীয় ৰাজধানীত ক্ৰমবৰ্ধমান কোভিড সংক্ৰমণৰ নেপথ্যৰ সম্ভাৱ্য কাৰণ। ইপিনে বুধবাৰে দিল্লীত ১০০৯জন নতুনকৈ আক্ৰান্ত হোৱাৰ পিছতে এই তথ্য জনা গৈছে। বিগত দিনতকৈ ৬০ শতাংশ বাঢ়িছে ৰাজধানীৰ সংক্ৰমণ। XEৰ দৰে এটা নতুন ভেৰিয়েণ্ট বিয়পি পৰিছে নে নাই সেয়া নিশ্চিত কৰিবলৈ দিল্লীত সমগ্ৰ কোভিড সংক্ৰমিত ব্যক্তিৰ নমুনাৰ জিনোম ছিকুৱেঞ্চিং আৰম্ভ কৰিছে।

নতুন উপ–ভেৰিয়েণ্ট BA.2.12 (৫২ শতাংশ নমুনা) আৰু BA.2.10 (১১ শতাংশ নমুনা)ৰ পৰা আটাইতকৈ বেছি সংক্ৰমণ বিয়পিছে আৰু সম্প্ৰতি দিল্লীত পোৱা মুঠ নমুনাৰ ৬০ শতাংশৰো অধিক সংক্ৰমণ হৈছে এই দুই ভেৰিয়েণ্টৰ ভিতৰতে পিটিআইক জনাইছে চৰকাৰী সূত্ৰই।

BA.2.12 ভেৰিয়েণ্ট BA.2 (Omicron)ৰ তুলনাত প্ৰতি সপ্তাহত প্ৰায় ৩০ শতাংশৰ পৰা ৯০ শতাংশ সংক্ৰমণ বৃদ্ধিৰ আশংকা আছে বুলি ধাৰণা কৰা হৈছে জনাইছে সেই সূত্ৰই।

এজন বিজ্ঞানীয়ে সংবাদ মাধ্যমক জনায়, দিল্লীত সাম্প্ৰতিক বৃদ্ধি হৈছে অমিক্ৰনৰ প্ৰজনন সংখ্যাৰ সৰ্বোচ্চ সংক্ৰমণযোগ্য স্তৰৰ বাবে, ইয়াৰ ডেৰিভেটিভবোৰৰো একেধৰণৰ সংক্ৰমণযোগ্যতা আছে আৰু ইয়াৰ উপৰি হাত ধোৱাৰ স্বাস্থ্যবিধি, সামাজিক দূৰত্ব আৰু মাস্কৰ অনুপস্থিতিতো এই সংক্ৰমণ বিয়পি পৰিছে।

Previous Post

অতুল বৰাৰ স্পষ্ট মন্তব্য এতিয়া আৰু কংগ্ৰেছ নচলে

Next Post

গুৱাহাটী পৌৰ নিৰ্বাচনত কেইবা ঠাইত বিকল হৈ পৰিল EVM

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটী পৌৰ নিৰ্বাচনত কেইবা ঠাইত বিকল হৈ পৰিল EVM

গুৱাহাটী পৌৰ নিৰ্বাচনত কেইবা ঠাইত বিকল হৈ পৰিল EVM

লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ বাসগৃহত চোৰৰ চাফাই অভিযান

লতাশিলৰ বিহু সম্ৰাজ্ঞীৰ বাসগৃহত চোৰৰ চাফাই অভিযান

জিগনেশ মেৱানীৰ জামিন আৱেদন খাৰিজ কৰিলে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে

জিগনেশ মেৱানীৰ জামিন আৱেদন খাৰিজ কৰিলে কোকৰাঝাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8