• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ শুভেচ্ছা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

নিউজ ডেস্ক by নিউজ ডেস্ক
May 11, 2022
in News, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ শুভেচ্ছা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে
Share on FacebookShare on Twitter

বুধবাৰে দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস । ১৯৯৮ চনত পোখৰাণত আজিৰ দিনটোতেই সফলভাৱে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰা হৈছিল । সেয়ে এই দিনটোক ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰা হয় । বিভিন্ন স্থানত এই দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে ।

ইপিনে প্ৰধানমন্ত্ৰী মোডীয়েও এই দিৱসক লৈ বিশেষ টুইট কৰে । পোখৰাণৰ পাৰমাণৱিক পৰীক্ষাৰ সময়ত অৱদান আগবঢ়োৱা ভাৰতৰ বিজ্ঞানীসকলক তেওঁ স্মৰণ কৰে । টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, যিসকল বিজ্ঞানীৰ বাবে দেশে সফলভাৱে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিব পাৰিছে, তেওঁলোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা ।

উল্লেখ্য যে, যিহেতু অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে এই পৰীক্ষাৰ সিদ্ধান্ত লোৱা হৈছিল । সেয়ে প্ৰধানমন্ত্ৰী মোডীয়ে এই পৰীক্ষাৰ সৈতে সম্পৰ্কিত এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে ।

উল্লেখ্য যে, ভাৰতে ৰাজস্থানৰ পোখৰাণত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰাৰ পাছতে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি বহু ৰাষ্ট্ৰই ভাৰতৰ শক্তি দেখি স্তম্ভিত হৈ পৰিছিল । তেতিয়াৰে পৰা ভাৰতক বহু ৰাষ্ট্ৰই অন্য দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে । ইফালে এই পৰীক্ষাৰ পাছতে বিশ্বৰ বহু দেশে ভাৰতক সমালোচনা কৰাও দেখা গৈছিল ।

Previous Post

নলবাৰীৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

Next Post

জোনমণি ৰাভাৰ জ্ঞাতেই প্ৰবঞ্চনাৰ জাল মেলি দিছিল ৰাণা পগাগে! – বিস্ফোৰক অভিযোগ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
জোনমণি ৰাভাৰ জ্ঞাতেই প্ৰবঞ্চনাৰ জাল মেলি দিছিল ৰাণা পগাগে! – বিস্ফোৰক অভিযোগ

জোনমণি ৰাভাৰ জ্ঞাতেই প্ৰবঞ্চনাৰ জাল মেলি দিছিল ৰাণা পগাগে! - বিস্ফোৰক অভিযোগ

বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী

পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

আকৌ বিটিআৰ প্ৰধান হ’ব নেকি হাগ্ৰামা মহিলাৰী ?

আকৌ বিটিআৰ প্ৰধান হ'ব নেকি হাগ্ৰামা মহিলাৰী ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8