বিজেপিৰ দখলত কৰিমগঞ্জ পৌৰসভা সমষ্টিটো বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় ৷ পৌৰসভাটোৰ ২৭ টা ৱাৰ্ডৰ বিজেপিয়ে ২৩ টা ৱাৰ্ড, কংগ্ৰেছে ৩ টা ৱাৰ্ড আৰু নিৰ্দলীয়ই ১ টা ৱাৰ্ডত জয়ী হয় ৷ সেই অনুসৰি ১ নং ৱাৰ্ডত পম্পা মালাকাৰ (বিজেপি), ২ নং ৱাৰ্ডত বেগম নুৰজাহান চৌধুৰী (নিৰ্দলীয়), ৩ নং ৱাৰ্ডত মিতা ভট্টাচাৰ্য (বিজেপি), ৪ নং ৱাৰ্ডত বৰ্ণালী দত্ত (বিজেপি), ৫ নং ৱাৰ্ডত ছন্দা সিং (বিজেপি), ৬ নং ৱাৰ্ডত সুকন্যা দাস (বিজেপি), ৭ নং ৱাৰ্ডত সুচৰিতা দাস (বিজেপি), ৮ নং ৱাৰ্ডত জয়শ্ৰী চক্ৰবৰ্ত্তী (বিজেপি), ৯ নং ৱাৰ্ডত শুভ্ৰ কান্তি দাস পুৰকায়স্থ (কংগ্ৰেছ), ১০ নং পুজা দাস ( বিজেপি) জয়ী হয় ৷
ইপিনে, ১১ নং ৱাৰ্ডত ৰুমা দাস (বিজেপি), ১২ নং ৱাৰ্ডত সুখেন্দু শেখৰ দাস (বিজেপি), ১৩ নং ৱাৰ্ডত শুভ্ৰজ্যোতি দাম ( কংগ্ৰেছ), ১৪ নং ৱাৰ্ডত ডা৹ দেবতোষ পাল (বিজেপি), ১৫ নং ৱাৰ্ডত বিধান দাস (বিজেপি),১৬ নং ৱাৰ্ডত ধিমান কান্তি ৰৱ (বিজেপি), ১৭নং ৱাৰ্ডত বিক্ৰম দাস (বিজেপি), ১৮ নং ৱাৰ্ডত বিজয়া দত্ত (বিজেপি), ১৯ নং ৱাৰ্ডত ৰঞ্জু সুত্ৰধৰ (বিজেপি), ২০নং ৱাৰ্ডত ৰবিন্দ্ৰ চন্দ্ৰ দেৱে (বিজেপি) জয় সাব্যস্ত কৰে ৷তদুপৰি ২১ নং ৱাৰ্ডত পাৰ্থ প্ৰতীম নাথ (বিজেপি), ২২নং ৱাৰ্ডত যীশু কৃষ্ণ ৰৱ (বিজেপি), ২৩ নং ৱাৰ্ডত বিশ্বজিত শুক্লবৈদ্য (বিজেপি), ২৪ নং ৱাৰ্ডত বিন্দিয়া দাস পাল (বিজেপি), ২৫ নং ৱাৰ্ডত নিৰ্মল বণিক (বিজেপি), ২৬ নং ৱাৰ্ডত ৰূপাঞ্জলী দে’ (কংগ্ৰেছ) আৰু ২৭ নং ৱাৰ্ডত জয়পতি দে বণিক (বিজেপি) জয়ী হয় ৷