• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অতি শীঘ্ৰেই নীলিম মহন্তই নতুন ছবি উপহাৰ দিব ৰাইজক

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in News, অসম, উত্তৰ পূৰ্বাঞ্চল, সংবাদ
1 min read
0
অতি শীঘ্ৰেই নীলিম মহন্তই নতুন ছবি উপহাৰ দিব ৰাইজক
Share on FacebookShare on Twitter

‘আমাৰ চুবুৰীয়া ৰাজ্য অৰণাচল,আমি সকলোৱে মিলি ভাই-ভনীৰ দৰে থাকিব লাগে’এই মন্তব্য চিত্ৰশিল্পী নিলিম মহন্তৰ । অৰুণাচলত কাৰাবন্দী হৈ থকা শিল্পী নীলিম মহন্তই মঙলবাৰে নিশা মুকলি হৈ আহিয়েই সংবাদ মাধ্যমৰ আগত এই মনোভাৱ ব্যক্ত কৰে ৷ শিল্পীগৰাকীয়ে চুবুৰীয়া ৰাজ্যখনৰ সৈতে সংঘাত হোৱাটো নিবিচাৰে । বিপৰীতে অসম-অৰুণাচলৰ সমন্বয়-সম্প্ৰীতিৰ হকে কাম কৰি যাব বুলি শিল্পী মহন্তই ব্যক্ত কৰে ।

অৰুণাচলৰ আৰক্ষীৰ জিম্মাৰ পৰা জামিনত মুকলি হৈ আহি মঙলবাৰে নিশা স্ব-গৃহত উপস্থিত হয় যুৱ শিল্পীগৰাকী ৷ নীলিম মহন্তৰ গ্ৰেপ্তাৰৰ ঘটনাই দুয়োখন ৰাজ্যৰ সম্প্ৰীতিত যাতে আঘাত নকৰে তেওঁ সকলোকে আহ্বান জনায় তেওঁ।

শৈল্পিক শৈলীৰে তেওঁ অৰুণাচলক সোনকালেই বহু উপহাৰ দিব বুলিও প্ৰকাশ কৰে ৷ ইয়াৰ লগতে শিল্পীগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ শীঘ্ৰে উঠাই লোৱাৰ আশা প্ৰকাশ কৰে ৷

Previous Post

অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত নিৰূপণ কৰা হ’ব অসমীয়াৰ সংজ্ঞা!

Next Post

কেবিনেটৰ সিদ্ধান্তঃ তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়া!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কেবিনেটৰ সিদ্ধান্তঃ তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়া!

কেবিনেটৰ সিদ্ধান্তঃ তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়া!

টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ

টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ

বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল

বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8