• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিউজ বুলেটিন

পলকতে দিনটোৰ শিৰোনাম

নিউজ ডেস্ক by নিউজ ডেস্ক
March 27, 2022
in News, নিউজ বুলেটিন, সংবাদ
1 min read
0
নিউজ বুলেটিন
Share on FacebookShare on Twitter

১ পত্নীৰ শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত হ’ল স্বামী

হাতত ছিন্ন মুণ্ড লৈ থানাত এজন প্ৰৱেশ কৰিছে এজন লোক । লোকজনৰ তেজেৰে লুতুৰি পুতুৰি শৰীৰ ৷ এনে চিনেমাৰ দৰে ঘটনা বাস্তৱত সংঘটিত হৈছে ৷ হাতত পত্নীৰ কটা মূৰ লৈ শনিবাৰে নিশা লীলাবাৰী থানাত উপস্থিত হ’ল এজন লোক৷

২ চেঞ্চুৰীৰ দিশে পেট্ৰ’ল ডিজেলৰ দাম

পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি । ৬ দিনত ৫ বাৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। আজি গুৱাহাটীত পেট্ৰ’লত ৫৭ পইচা আৰু ডিজেলত বৃদ্ধি পালে ৬০ পইচা। দেওবাৰে মহানগৰীত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯৮ টকা ৬৭ পইচালৈ বৃদ্ধি হয় । আনহাতে, ডিজেলৰ প্ৰতিলিটাৰত মূল্য ৮৪ টকা ৭৯ পইচা।

৩ ডিজেলৰ অভাৱত অচল নিমাতী – মাজুলী চৰকাৰী ফেৰী সেৱা

সমস্যা জৰ্জৰিত মাজুলী যোৰহাট ফেৰী সেৱাই জ্বলাকলা খুৱাইছে যাত্ৰীক l অন লাইন অফ লাইন টিকট ক্ৰয় কৰিও যাত্ৰী ইপাৰ সিপাৰ হব পৰা নাই l এই সমস্যাত বিভাগৰ চালে বাৰে কোবোৱা মন্তব্যই অতিষ্ঠ হৈ পৰিছে যাত্ৰী l

৪ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ’ ২২

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ৰ সহযোগত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব  প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ’ ২২।

৫ ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ অগপৰ পত্ৰ প্ৰেৰণ

কংগ্ৰেছ আৰু বিজেপিৰ পিছত দেওবাৰে অগপয়ো বিহুৰ মাজতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন ৰঙালী বিহুৰ পৰিপ্ৰেক্ষিতত সাত বিহুৰ পিছত অনুষ্ঠিত কৰিবলৈ আজি অগপ দলে ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনাইছে।

Previous Post

সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথম সীমান্ত ক্ৰীড়া মহোৎসৱ’ ২২

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজিৰে পৰা ভাৰত বন্ধঃ অসম মটৰ শ্ৰমিকৰো ৪৮ঘন্টীয়া চকা বন্ধৰ আহ্বান…

আজিৰে পৰা ভাৰত বন্ধঃ অসম মটৰ শ্ৰমিকৰো ৪৮ঘন্টীয়া চকা বন্ধৰ আহ্বান…

দুদিন বেংক বন্ধ! সাধাৰণ জনতাই খাব জ্বলা-ক’লা

দুদিন বেংক বন্ধ! সাধাৰণ জনতাই খাব জ্বলা-ক’লা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8