১ এনকাউন্টাৰ: ১৫ দিনৰ ভিতৰত আৰক্ষীয়ে জমা দিব লাগিব তদন্তৰ প্ৰতিবেদন!
গাড়ীগাঁও বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকী আলীৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱা ঘটনাৰ গুৰুত্ব সহকাৰে লৈছে মানৱ অধিকাৰ আয়োগে। বিকীৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা মতে তেওঁলোকে আৰক্ষীক বিকীক গতাই দিয়াৰ পাছত আৰক্ষীয়ে শীতল মস্তিষ্কৰে হত্যা কৰিলে বিকীক।
২ মৰ্মান্তিক! হেডফোনেই কাল হ’ল এগৰাকী যুৱতীৰ
হেডফোন লগাই প্ৰাত:ভ্ৰমণলৈ গৈ মৃত্যুক সাৱতিলে এগৰাকী যুৱতীয়ে। মঙলবাৰে নগাঁও জিলাৰ চামগুৰিত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে। মৃত্যুক সাৱতি লোৱা যুৱতীগৰাকীৰ নাম মেঘনা বৰা বুলি জানিব পৰা গৈছে ৷
৩ গুৱাহাটীত চেঞ্চুৰী কোবোৱাৰ দিশে পেট্ৰ’ল
৪ ৰাজ্য সভাৰ নিৰ্বাচনত এখন আসনত কংগ্ৰেছৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী ভূপেন বৰাৰ
সোমবাৰে অসম প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৌৰােহিত্যত অনুষ্ঠিত সভাত দেশৰ আৰু বিশেষভাৱে অসমৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক বিষয়সমূহৰ লগতে দলৰ সাংগঠনিক দিশৰ ওপৰত বিস্তৃতভাৱে আলােচনা কৰা হয় ।
৫ ৫ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী
বোকাজানত পুনৰ প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ জব্দ। খটখটি আৰক্ষীৰ বিশেষ তালাচীত জব্দ কৰা হয় প্ৰায় ৭১১ গ্ৰাম ড্ৰাগছ। NL01 H 3804 নম্বৰৰ এখন মাৰুটি ভানত আনিছিল ড্ৰাগছখিনি খটখটিৰ এখন হোটেলৰ সন্মুখত জব্দ কৰা হয়।