• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিউজ বুলেটিন

পলকতে দিনটোৰ শিৰোনাম

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in News, নিউজ বুলেটিন
1 min read
0
নিউজ বুলেটিন
Share on FacebookShare on Twitter

১ এনকাউন্টাৰ: ১৫ দিনৰ ভিতৰত আৰক্ষীয়ে জমা দিব লাগিব তদন্তৰ প্ৰতিবেদন!

গাড়ীগাঁও বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকী আলীৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱা ঘটনাৰ গুৰুত্ব সহকাৰে লৈছে মানৱ অধিকাৰ আয়োগে। বিকীৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা মতে তেওঁলোকে আৰক্ষীক বিকীক গতাই দিয়াৰ পাছত আৰক্ষীয়ে শীতল মস্তিষ্কৰে হত্যা কৰিলে বিকীক।

২ মৰ্মান্তিক! হেডফোনেই কাল হ’ল এগৰাকী যুৱতীৰ

হেডফোন লগাই প্ৰাত:ভ্ৰমণলৈ গৈ মৃত্যুক সাৱতিলে এগৰাকী যুৱতীয়ে। মঙলবাৰে নগাঁও জিলাৰ চামগুৰিত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে। মৃত্যুক সাৱতি লোৱা যুৱতীগৰাকীৰ নাম মেঘনা বৰা বুলি জানিব পৰা গৈছে ৷

৩ গুৱাহাটীত চেঞ্চুৰী কোবোৱাৰ দিশে পেট্ৰ’ল

সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। আজি পুনৰ বৃদ্ধি পোৱাৰ লগে লগে ৮ দিনত ৭ বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য।
৪ ৰাজ্য সভাৰ নিৰ্বাচনত এখন আসনত কংগ্ৰেছৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী ভূপেন বৰাৰ

সোমবাৰে অসম প্রদেশ কংগ্রেছৰ বিষয়ববীয়াসকলৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৌৰােহিত্যত অনুষ্ঠিত সভাত দেশৰ আৰু বিশেষভাৱে অসমৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক বিষয়সমূহৰ লগতে দলৰ সাংগঠনিক দিশৰ ওপৰত বিস্তৃতভাৱে আলােচনা কৰা হয় ।

৫ ৫ কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

বোকাজানত পুনৰ প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ জব্দ। খটখটি আৰক্ষীৰ বিশেষ তালাচীত জব্দ কৰা হয় প্ৰায় ৭১১ গ্ৰাম ড্ৰাগছ। NL01 H 3804 নম্বৰৰ এখন মাৰুটি ভানত আনিছিল ড্ৰাগছখিনি খটখটিৰ এখন হোটেলৰ সন্মুখত জব্দ কৰা হয়।

 

Previous Post

এনকাউন্টাৰ: ১৫ দিনৰ ভিতৰত আৰক্ষীয়ে জমা দিব লাগিব তদন্তৰ প্ৰতিবেদন!

Next Post

বিউটিয়ে লগালে আউল! পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ নেত্ৰীৰ পদত্যাগ

Related Posts

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?
News

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?

January 24, 2023
আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী
News

আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

December 16, 2022
মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন
Exclusive

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

December 16, 2022
কোনে কোনে পাব অৰুণোদয় 2.O আঁচনিৰ সুবিধা ?
News

কোনে কোনে পাব অৰুণোদয় 2.O আঁচনিৰ সুবিধা ?

December 14, 2022
গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
চীনা ব্যৱসায়ীৰ ওপৰত ISIS সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণ
ক্ৰাইম

চীনা ব্যৱসায়ীৰ ওপৰত ISIS সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণ

December 13, 2022
Next Post
বিউটিয়ে লগালে আউল! পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ নেত্ৰীৰ পদত্যাগ

বিউটিয়ে লগালে আউল! পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ নেত্ৰীৰ পদত্যাগ

ধন নাই চৰকাৰৰ! কোষাগাৰসমূহক বিল গ্ৰহণ নকৰিবলৈ নিৰ্দেশ

অসমৰ বহু জিলাত সংখ্যালঘুত পৰিণত হিন্দুঃ হিমন্ত বিশ্ব শৰ্মা

NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদকক গুৱাহাটী ৰেল ষ্টেচনত বিপুল আদৰণি

NFIRৰ নৱনিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদকক গুৱাহাটী ৰেল ষ্টেচনত বিপুল আদৰণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8