• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিউজ বুলেটিন

পলকতে দিনটোৰ শিৰোনাম

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in News, নিউজ বুলেটিন, সংবাদ
1 min read
0
নিউজ বুলেটিন
Share on FacebookShare on Twitter

১ অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত নিৰূপণ কৰা হ’ব অসমীয়াৰ সংজ্ঞা!

আজি অসম বিধানসভাত পুনৰ অসমীয়াৰ সংজ্ঞা প্ৰসংগত আলোচনা হোৱা দেখিবলৈ পোৱা গ’ল। অসমীয়াৰ সংজ্ঞাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এক গুৰুত্বপূৰ্ণ মন্তব্য। অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হ’ব বুলি স্পষ্টকৈ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

২ কেবিনেটৰ সিদ্ধান্তঃ তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়া!

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ হোৱা দেখা গ’ল প্ৰমোদ সাৱন্তক। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে প্ৰথমখন কেবিনেট বৈঠকত গোৱাৰ লোকসকলক বিনামূলীয়াকৈ তিনিটা চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে।

৩ বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল

ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতেই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সতৰ্ক কৰি দিছে যে, যি কোনো মূল্যৰ বিনিময়ত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীক জয়ী কৰি পঠিয়াব লাগে।

৪ টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ

পেট্ৰ’ল-ডিজেলৰ লগতে আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত, পুনৰ জনতাৰ মুৰত মাধমাৰ সোধাব ওলাইছে চৰকাৰে। ১ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱাকৈ ৰাজ্যৰ টোলগেটত টোলকৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে৷

৫ গুৱাহাটীত চেঞ্চুৰী কোবালে পেট্ৰ’লৰ মূল্যই

ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰ’ল–ডিজেলৰ দাম। বুধবাৰেও পেট্ৰ’লৰ দাম ৮০–৮৫ পইচা প্ৰতিলিটাৰত আৰু ডিজেল ৭০–৭৫ পইচা প্ৰতি লিটাৰত বৃদ্ধি পাইছে। চৰকাৰী তেল কোম্পানীসমূহে আজি দেশৰ চাৰিখন মহানগৰসহ মুখ্য চহৰসমূহত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছে।

Previous Post

২ এপ্ৰিলত গুৱাহাটীত ব্যক্তিত্ব বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাগ্ৰহণ বিষয়ক কৰ্মশালা

Next Post

ইন্ধনৰ দামত জুৰুলা! হাইড্ৰ’জেনচালিত বাহনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ইন্ধনৰ দামত জুৰুলা! হাইড্ৰ’জেনচালিত বাহনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

ইন্ধনৰ দামত জুৰুলা! হাইড্ৰ’জেনচালিত বাহনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে গোলাঘাটৰ ১০ দিনীয়া বিহু কৰ্মশালা

ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে গোলাঘাটৰ ১০ দিনীয়া বিহু কৰ্মশালা

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সু-খবৰ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে সু-খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8