• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিউজ বুলেটিন

পলকতে দিনটোৰ শিৰোনাম

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in News, নিউজ বুলেটিন, সংবাদ
1 min read
0
নিউজ বুলেটিন
Share on FacebookShare on Twitter

১ আজিৰে পৰা ভাৰত বন্ধঃ অসম মটৰ শ্ৰমিকৰো ৪৮ঘন্টীয়া চকা বন্ধৰ আহ্বান

ভাৰত চৰকাৰৰ বিভিন্ন জনস্বাৰ্থবিৰোধী নীতিৰ বিৰোধিতাৰে সোম আৰু মঙলবাৰে দুদিনীয়াকৈ ভাৰত বন্ধ তথা ৰাষ্ট্ৰীয় ধৰ্মঘটৰ আহ্বান জনাইছে দেশৰ শ্ৰমিক-কৃষকৰ পৰা আৰম্ভ কৰি একাধিক কৰ্মচাৰী সংগঠনে। এই প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন দি অসম মটৰ শ্ৰমিক সংগঠন সমূহেও ৪৮ঘন্টীয়া চকাবন্ধ ঘোষণা কৰিছে।

২ দুদিন বেংক বন্ধ! সাধাৰণ জনতাই খাব জ্বলা-ক’লা

দুদিনীয়া ভাৰত বন্ধত স্তদ্ধ হৈ পৰিব দেশৰ বিত্তীয় লেন-দেন ব্যৱস্থা। চৰকাৰে ৰাজহুৱা খণ্ডৰ সম্পদ বিক্ৰী কৰাকে ধৰি বিভিন্ন জনস্বাৰ্থবিৰোধী কাম-কাজৰ বিৰুদ্ধে কেন্দ্ৰীয় শ্ৰমিক ইউনিয়নে আহ্বান কৰা এই বন্ধৰ বাবে জীয়াতু ভুগিব সাধাৰণ লোকসকলে। আনফালে মাৰ্চ এণ্ডিঙৰ সময়চোৱাত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ এই প্ৰতিবাদে শলঠেকত পেলাব চৰকাৰকো।

৩ ৩দিনত RRRৰ উপাৰ্জন ১, ২৩৫কোটিঃ বাহুবলী-২কো পেলালে চেৰ

ভাৰতীয় ছবিজগতৰ সকলো ৰেকৰ্ড ভংগ কৰিলে RRRএ বোলছবিখনে। মুক্তিৰ ৩টা দিনত ছবিখনে মুঠ উপাৰ্জন কৰিলে ১,২৩৫কোটিৰা অধিক টকা। উল্লেখ্য যে, RRR ছবিখনে বাহুবলী-২ৰ ৰেকৰ্ডো ভংগ কৰিলে। ছবিখনে মুক্তিৰ প্ৰথম দিনাই বাহুবলী-২ৰ ৰেকৰ্ড ভংগ কৰিছিল। বাহুবলী-২ৰ প্ৰথম দিনৰ উপাৰ্জন আছিল ২১৫কোটি। ইয়াৰ পৰিৱৰ্তে RRRএ প্ৰথম দিনাৰ উপাৰ্জন হৈছে ২৩৫কোটি টকা।

৪ মোৰ ল’ৰাক সহায় কৰকঃ চিত্ৰশিল্পী নীলম মহন্তৰ মাতৃৰ কাতৰ আহ্বান

চিত্ৰশিল্পী নীলম মহন্তক অৰুণাচল আৰক্ষীয়ে দেওবাৰে নদীবান্ধ বিৰোধী ছবি অংকণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।  অৰুণাচল আৰক্ষীৰ ৰোষত পৰা চিত্ৰশিল্পী নীলম মহন্তক বৰ্তমানলৈকে মুকলি কৰি দিয়া নাই। হঠাতে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা চিত্ৰশিল্পীগৰাকীক লৈ চিন্তিত হৈ পৰিছে তেওঁৰ মাতৃ।

৫ এটা ন’বলে কাঢ়িলে ভাৰতৰ বিশ্বকাপৰ সপোন

এটা ন’বলৰ বাবেই জয়ী হ’ল দক্ষিণ আফ্ৰিকা। ভাৰতীয় দলৰ ক্ৰিকেটাৰ দীপ্তি শৰ্মাৰ এটা ন’বলৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হ’ল মিতালী ৰাজ বাহিনী। ছেমিফাইনেলত প্ৰৱেশৰো বাট ৰুদ্ধ হৈ পৰিল ভাৰতৰ। উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাক ২ টা বলত ৩ ৰানৰ প্ৰয়োজন আছিল। ডুপ্ৰিজে দীপ্তি শৰ্মাৰ বলত এটা ছয় মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁৰ শ্বট গৈ পৰে হৰমনপ্ৰীতৰ হাতত। ভাৰতীয় ক্ৰিকেটাৰসকলে কৰিবলৈ লৈছিল চেলিব্ৰেছন।

 

Previous Post

AUDI সহ ২৮খন বাহন জব্দ পৰিবহণ বিভাগৰ

Next Post

নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ!

নিবনুৱাৰ পৰা কোটি কোটি টকা সংগ্ৰহৰ লক্ষ্য অসম চৰকাৰৰ!

সোণাপুৰত শুভমুক্তি পালে ‘তোমাৰে ভাৱনাত’

সোণাপুৰত শুভমুক্তি পালে 'তোমাৰে ভাৱনাত'

অস্কাৰঃ ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা

অস্কাৰঃ ছবিজগতৰ শ্ৰেষ্ঠ পুৰষ্কাৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8