• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তেলেংগনাৰ নিখাত জাৰিনৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 20, 2022
in News, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় তেলেংগনাৰ নিখাত জাৰিনৰ
Share on FacebookShare on Twitter

ফাইনেলত থাইলেণ্ডৰ বক্সাৰ জিতপাঙক ৫-০ পইণ্টত পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে। ইয়াৰ লগে লগে বিশ্ব চেম্পিয়ন হোৱা তেলেংগনাৰ প্ৰথম মহিলা হিচাপে অভিলেখ গঢ়িলে নিখাতে । নিখাত জাৰিন হৈছে বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰা ভাৰতৰ পঞ্চমগৰাকী বক্সাৰ । ইয়াৰ পূৰ্বে মেৰী কম, সৰিতা দেৱী, জেনি আৰ এল আৰু লেখা কেচিয়ে সোণৰ পদক লাভ কৰিছিল ।
নিখাত জাৰিনৰ এই সফলতাৰ পাছতে সমগ্ৰ তেলেংগনাত আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে । বিশেষকৈ, খেলুৱৈগৰাকীৰ জন্মস্থান নিজামাবাদত বিজয় উদযাপন কৰা দেখা গৈছে ।

নিখাতৰ পৰিয়াল, বন্ধুবৰ্গ, চুবুৰীয়া, আত্মীয় আৰু প্ৰশিক্ষকসকলে হায়দৰাবাদৰ মানিকোণ্ডাত থকা তেওঁলোকৰ বাসগৃহত বিজয় উদযাপন কৰে ।নিখাতৰ পিতৃ জলিল আহমেদ আজি নিজৰ কন্যাক লৈ গৌৰৱান্বিত । যাৰ বাবে পিতৃয়ে চুবুৰীয়াৰ মাজত মিঠাই বিতৰণ কৰিছে । মাতৃৰ চকুতো দেখা গৈছে আনন্দৰ চকুপানী ।ইফালে তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে নিখাত জাৰিনৰ প্ৰশংসা কৰিছে। তেওঁ কয় যে, তেলেংগনাৰ জীয়ৰীয়ে সমগ্ৰ দেশক গৌৰৱান্বিত কৰাৰ বাবে তেওঁ অত্যন্ত আনন্দিত । তেওঁ কয় লগতে কয় যে চৰকাৰে সকলো ধৰণৰ ক্ৰীড়াক উৎসাহিত কৰি আহিছে ।

Previous Post

৫৬ বছৰীয়া ব্যক্তিৰ বৃক্কৰ পৰা ওলাল ২০৬ টা পাথৰ

Next Post

মহানগৰীত ঘৰৰ মালিকক দাৰে ঘপিয়াই হত্যা ভাড়াতীয়াৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মহানগৰীত ঘৰৰ মালিকক দাৰে ঘপিয়াই হত্যা ভাড়াতীয়াৰ

মহানগৰীত ঘৰৰ মালিকক দাৰে ঘপিয়াই হত্যা ভাড়াতীয়াৰ

অৰুণাচলৰ ভূমিস্খলনত আহত দুই সাংবাদিক

অৰুণাচলৰ ভূমিস্খলনত আহত দুই সাংবাদিক

গুৱাহাটীৰ অভিজাত বিদ্যালয়ৰ বিৰুদ্ধে ছাত্ৰীয়ে আনিলে যৌন নিৰ্যাতনৰ অভিযোগ!

গুৱাহাটীৰ অভিজাত বিদ্যালয়ৰ বিৰুদ্ধে ছাত্ৰীয়ে আনিলে যৌন নিৰ্যাতনৰ অভিযোগ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8