• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিজেপি চৰকাৰৰ দিনত কোৰ্ট কাছাৰীৰ প্ৰয়োজন নাই : অখিল গগৈ

নিউজ ডেস্ক by নিউজ ডেস্ক
April 25, 2022
in News, অসম, ৰাজনীতি, সংবাদ
1 min read
0
বিজেপি চৰকাৰৰ দিনত কোৰ্ট কাছাৰীৰ প্ৰয়োজন নাই : অখিল গগৈ
Share on FacebookShare on Twitter

বৰ্তমান চৰকাৰৰ দিনত মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জেললৈ পঠায় । “হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত গ্ৰেপ্তাৰ হোৱা হলে এনকাউন্টাৰ হ’লহেতেন “। এই মন্তব্য অখিল গগৈৰ । বৰ্তমান চৰকাৰৰ দিনত মূল্য বৃদ্ধিৰ বিৰুদ্ধে মাত মাতিলেও জেললৈ পঠায় । হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীও,গৃহমন্ত্ৰীও,ডিজিপিও সকলো। ইয়াৰ উপৰি কা বিৰোধী আন্দোলন পুনৰ গঢ়ি তুলিবলৈ ৰাইজক আহ্বান অখিল গগৈৰ ।

যোৰহাটত এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ । কা আন্দোলন মষিমূৰ কৰিবলৈ যোৰহাট আদালতত হাজিৰ হৈ অখিল গগৈয়ে এই বিস্ফোৰক মন্তব্য কৰে

ইপিনে বইদায়ক গৰাকীয়ে কয় যে, এতিয়া যদি আমি কা আন্দোলনৰ কৰো তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনকাউণ্টাৰ কৰিলে হয় ।

Previous Post

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰথমটো লতা দীননাথ মংগেশকাৰ বঁটা

Next Post

কেনেকৈ ফাদিল হ’ল SI পৰীক্ষাৰ প্ৰশ্নকাকত ?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কেনেকৈ ফাদিল হ’ল SI পৰীক্ষাৰ প্ৰশ্নকাকত ?

কেনেকৈ ফাদিল হ'ল SI পৰীক্ষাৰ প্ৰশ্নকাকত ?

কিয় প্ৰতিবাদত নামিল সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী ?

কিয় প্ৰতিবাদত নামিল সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী ?

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8