• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ভয়াৱহ ভাৱে বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 10, 2022
in News, ৰাষ্ট্ৰীয়
0
ভয়াৱহ ভাৱে বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা
Share on FacebookShare on Twitter

ভাৰতত ভয়াৱহ হাৰত বৃদ্ধি পাইছে অ’মিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা । বৰ্তমানলৈ দেশৰ ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই নতুন প্ৰকাৰ অ’মিক্ৰণত সংক্ৰমিত লোকৰ সংখ্যা হৈছে ৪,০৩৩ গৰাকী । মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত সৰ্বাধিক আক্রান্তৰ সংখ্যা ১,২১৬ আৰু ৫২৯ টা অ’মিক্ৰণৰ ঘটনা পোহৰলৈ আহিছে । ইতিমধ্যে অ’মিক্ৰণত আক্ৰান্ত ৪,০৩৩ গৰাকী ৰোগীৰ ভিতৰত, ১,৫৫২ গৰাকী ৰোগীক সুস্থ কৰি তোলা হৈছে । সোমবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্যত পোহৰলৈ আহিছে এই সংখ্যা ।
উল্লেখযোগ্য যে, মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘণ্টাত ক’ৰণাত আক্ৰান্ত হৈছে ১,৭৯,৭২৩ গৰাকী ব্যক্তি।

Previous Post

আৰম্ভ হৈছে ব্রহ্মপুত্রৰ খনন

Next Post

জনপ্ৰিয়তাৰ তৃতীয় স্থানত ড০ হিমন্ত বিশ্ব শর্মা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
জনপ্ৰিয়তাৰ তৃতীয় স্থানত ড০ হিমন্ত বিশ্ব শর্মা

জনপ্ৰিয়তাৰ তৃতীয় স্থানত ড০ হিমন্ত বিশ্ব শর্মা

ফুটপাথ গ্ৰন্থমেলাৰ কথাৰে…..

ফুটপাথ গ্ৰন্থমেলাৰ কথাৰে.....

আকাশত উদয় হ’ল সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্য!

আকাশত উদয় হ’ল সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8