• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিজ পুত্ৰক হত্যা কৰি আৰক্ষী চকীত আত্মসমৰ্পণ পিতৃ-মাতৃৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 25, 2022
in News, ক্ৰাইম, সংবাদ
1 min read
0
নিজ পুত্ৰক হত্যা কৰি আৰক্ষী চকীত আত্মসমৰ্পণ পিতৃ-মাতৃৰ
Share on FacebookShare on Twitter

শনিবাৰে তামিলনাডুৰ মাদুৰাই জিলাত নিজ পুত্ৰক হত্যা কৰাৰ অভিযোগত থানাত আত্মসমৰ্পণ কৰে এহাল পিতৃ-মাতৃয়ে। দীৰ্ঘদিন ধৰি পুত্ৰ এন.মাৰিচেলভামে সুৰাপান কৰি পিতৃ-মাতৃক ধন দাবী কৰি নিৰন্তৰভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। জানিব পৰা মতে, এন.মাৰিচেলভাম নিবনুৱা আছিল।

আৰক্ষীয়ে জনোৱা মতে, মাৰিচেলভামে মাক-দেউতাকৰ সৈতে প্ৰতিদিনে কাজিয়াত লিপ্ত হৈছিল আৰু তেওঁলোকক মৌখিক আৰু শাৰীৰিকভাৱেও অভ্যাসগতভাৱে নিৰ্যাতন চলাইছিল। এন.মাৰিচেলভামে সুৰাপান কৰাৰ বাবে দেউতাক টকা খৰচ কৰিছিল।

শুক্ৰবাৰে নিশা মেৰিচেলভামে সুৰাপান কৰি ঘৰলৈ আহি পিতৃ-মাতৃক নিৰ্যাতন চলাইছিল। ইয়াৰ পিছতেই নিৰ্যাতন সহ্য কৰিব নোৱাৰি পিতৃ-মাতৃয়ে ৰছী ব্যৱহাৰ কৰি ডিঙি চেপি হত্যা কৰে নিজ পুত্ৰ এন.মাৰিচেলভামক।

পিছদিনা পুৱা, এছ.এছ.কলনী আৰক্ষী চকীত উপস্থিত হৈ নিজ পুত্ৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ কৰে মাৰিচেলভামৰ পিতৃ-মাতৃয়ে।

Previous Post

স্থানান্তৰিত হ’ল কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ

Next Post

ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৮ জন থিতাতে নিহত, ২০ জন আহত

Related Posts

News

Ministry of Health & Family Welfare organises World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati today

December 1, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing
News

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing

November 30, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
News

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati

November 30, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ
News

PM to interact with beneficiaries of Viksit Bharat Sankalp Yatra on 30th November

November 29, 2023
Next Post
ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৮ জন থিতাতে নিহত, ২০ জন আহত

ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৮ জন থিতাতে নিহত, ২০ জন আহত

ৰিণিকি ভূঞা শৰ্মাই দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ ওপৰত তৰা মানহানি গোচৰত স্থগিতাদেশ আদালতৰ

ৰিণিকি ভূঞা শৰ্মাই দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ ওপৰত তৰা মানহানি গোচৰত স্থগিতাদেশ আদালতৰ

সংসদৰ বৰ্ষাকালীন অধিৱেশনত কংগ্ৰেছৰ ৪ সদস্যক নিলম্বন

সংসদৰ বৰ্ষাকালীন অধিৱেশনত কংগ্ৰেছৰ ৪ সদস্যক নিলম্বন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8