• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য !

নিউজ ডেস্ক by নিউজ ডেস্ক
March 26, 2022
in News, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য !
Share on FacebookShare on Twitter

পাঁচদিনত চতুৰ্থবাৰলৈ বৃদ্ধি পে’ট্ৰল-ডিজেলৰ মূল্য । শনিবাৰে পুৱা দেশত পুনৰ ৮০ পইচাকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ ৰাজধানী দিল্লীত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.৬১ টকা আৰু ডিজেলৰ মূল্য ৮৯.৮৭ টকালৈ বৃদ্ধি হয় ৷ প্ৰায় চাৰে চাৰি মাহৰ দীঘলীয়া ব্যৱধানৰ পাছত বিগত ২২ মাৰ্চত বৃদ্ধি পাইছিল পে’ট্ৰল-ডিজেলৰ মূল্য ।

২২-২৬ মাৰ্চ অৰ্থাৎ শনিবাৰৰ ভিতৰত একেৰাহে চতুৰ্থবাৰলৈ বৃদ্ধি পায় পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ ইয়াৰ লগতে বিগত পাঁচদিনৰ ব্যৱধানত চতুৰ্থবাৰলৈ বৃদ্ধি পায় প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য ৷

আনহাতে,সমান্তৰালভাৱে এই মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে অসমতো ৷ গুৱাহাটী মহানগৰীত শনিবাৰে পুৱা প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.১০ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম হয়গৈ প্ৰতি লিটাৰত ৮৪.১৯ টকা । বিপৰীতে শুকুৰবাৰৰ দিনটোত এই মূল্য আছিল ৯৭.২৩ টকা আৰু ডিজেলৰ মূল্য আছিল ৮৩.৩৮ টকা ।

মহানগৰীক বাদ দি ৰাজ্যৰ আন কেতবোৰ প্ৰান্ততো মূল্যবৃদ্ধি ঘটিছে ইন্ধনৰ ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ, ঢকুৱাখানাত প্ৰতি লিটাৰ পেট্ৰ’লে শতকৰ ঘৰ স্পৰ্শ কৰাৰ সমান্তৰালকৈ মাজুলীতো প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছেগৈ ১০০ টকা ৷

Previous Post

দেওবাৰৰ পৰা চলিব আন্তঃৰাষ্ট্ৰীয় বিমানঃ ইচ্ছুকজনে ল’ব পাৰিব কʼভিডৰ বুষ্টাৰ

Next Post

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে এশিঙীয়া গঁড় গণনা‌

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে এশিঙীয়া গঁড় গণনা‌

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে এশিঙীয়া গঁড় গণনা‌

নিপক’ৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ

নিপক’ৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ

ৰাজ্যত পুনৰ কেকো সাপ উদ্ধাৰ

ৰাজ্যত পুনৰ কেকো সাপ উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8