• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চেঞ্চুৰীৰ দিশে পেট্ৰ’ল ডিজেলৰ দাম

নিউজ ডেস্ক by নিউজ ডেস্ক
March 27, 2022
in News, অসম, সংবাদ
1 min read
0
পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য !
Share on FacebookShare on Twitter

পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি । ৬ দিনত ৫ বাৰ বাঢ়িল পেট্ৰ’ল–ডিজেলৰ দাম। আজি গুৱাহাটীত পেট্ৰ’লত ৫৭ পইচা আৰু ডিজেলত বৃদ্ধি পালে ৬০ পইচা। দেওবাৰে মহানগৰীত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ৯৮ টকা ৬৭ পইচালৈ বৃদ্ধি হয় । আনহাতে, ডিজেলৰ প্ৰতিলিটাৰত মূল্য ৮৪ টকা ৭৯ পইচা।

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য চৰকাৰী তেল কোম্পানীবোৰে প্ৰতিদিনে পুৱা ৬ বজাত জাৰি কৰে৷ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন, ভেট আৰু অন্যান্য মাচুল যোগ দিয়াৰ পিছত, গ্ৰাহকসকলে প্ৰায় দুগুণ মূল্যত তেল ক্ৰয় কৰিব লগীয়া হয়।

উল্লেখ যে, এছএমএছৰ জৰিয়তে পেট্ৰ’ল আৰু ডিজেলৰ দৈনিক মূল্য সহজে জানিব পাৰি৷ ইণ্ডিয়ান অইলৰ গ্ৰাহকসকলে 9224992249 নম্বৰত আৰ এছ পি লিখি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব, বিপিচিএল ৰ গ্ৰাহকসকলে আৰএছপি লিখি 9223112222 নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য জানিব পাৰিব৷ এইচপিচিএল ৰ গ্ৰাহকসকলে এইচপিপ্ৰাইচ লিখি 9222201122 নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰি মূল্য জানিব পাৰিব৷

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

চেঞ্চুৰীৰ দিশে পেট্ৰ’ল ডিজেলৰ দাম

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য !

চেঞ্চুৰীৰ দিশে পেট্ৰ’ল ডিজেলৰ দাম

চেংকন

চেংকন

পত্নীৰ শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত হ’ল স্বামী

পত্নীৰ শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত হ'ল স্বামী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8