• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মুকলিৰ প্ৰথম দিনটোতেই লখিমপুৰ কেঞ্চাৰ হাস্পতালত ভৰ্তি হ’ল তিনিজনকৈ ৰোগী

নিউজ ডেস্ক by নিউজ ডেস্ক
April 29, 2022
in News, অসম, সংবাদ, স্বাস্থ্য
0
মুকলিৰ প্ৰথম দিনটোতেই লখিমপুৰ কেঞ্চাৰ হাস্পতালত ভৰ্তি হ’ল তিনিজনকৈ ৰোগী
Share on FacebookShare on Twitter

বহু প্ৰতিক্ষাৰ অন্তত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালৰ কাম কাজ ৷ বুধবাৰে দেশৰ প্ৰধানমন্ত্ৰী আৰু প্ৰবীণ ব্যৱসায়ী ৰতন টাটাই ভাৰ্চুৱেলি শুভ উদ্বোধন কৰে লখিমপুৰ কেঞ্চাৰ হাস্পতালখন ।

মুকলিৰ এদিনৰ পাচতেই এই হাস্পতালৰ সেৱা আৰম্ভ কৰাত জিলাখনৰ লোকসকল উৎফুল্লিত হৈ পৰিছে ৷ এই হাস্পতালৰ সেৱা আৰম্ভ কৰাৰ প্ৰথমটো দিনতে তিনিজনকৈ কৰ্কট ৰোগীক ভৰ্তি কৰা হয় লখিমপুৰ কেঞ্চাৰ হাস্পতালত । নৱনিৰ্মিত হাস্পতালখনলৈ মুকলিৰ প্ৰথম দিনটোতেই অহা ৰোগীসকলক গামোচা পিন্ধাই আদৰণি জনাই হাস্পতাল কৰ্তৃপক্ষই ।

জানিব পৰা মতে,৪৫ খন বিছনাযুক্ত চিকিৎসালয়খনত ৪ গৰাকী চিকিৎসক, ১৭ গৰাকী নাৰ্চ আৰু ৩২ জন পেৰা মেডিকেল ষ্টাফক সম্প্ৰতি নিয়োগ কৰা হৈছে । দহ টকাৰ পঞ্জীয়ন মাচুলৰ বিনিময়ত ৰোগী ভৰ্তি হ’ব পাৰিব বুলি উল্লেখ কৰে হাস্পতালখনৰ অধীক্ষক গৰাকীয়ে ৷ লগতে তেওঁ ৰোগীসকলে এম্বুলেন্স সেৱাও বিনামূলীয়া লাভ কৰিব বুলি উল্লেখ কৰে ৷

Previous Post

বস্তুৰ দাম বাঢ়িছে যদি কমকৈ খাঁওক: অতুল বৰা

Next Post

অৱশেষত জামিন মঞ্জুৰ হ’ল জিগনেশ মেৱানীৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অৱশেষত জামিন মঞ্জুৰ হ’ল জিগনেশ মেৱানীৰ

অৱশেষত জামিন মঞ্জুৰ হ’ল জিগনেশ মেৱানীৰ

হোলীৰ আনন্দৰ মাজতে সলিল সমাধি দুজনৰ

মহানগৰীৰ DGP অফিচৰ সমীপত উদ্ধাৰ মৃতদেহ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8