• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নৱবৰ্ষৰ তৃতীয়টো সপ্তাহতেই কাজিৰঙাত গড় হত্যা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 20, 2022
in News, অসম, সংবাদ
1 min read
0
নৱবৰ্ষৰ তৃতীয়টো সপ্তাহতেই কাজিৰঙাত গড় হত্যা
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় হত্যা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা বনাঞ্চলৰ শিলখুন্দা বন শিবিৰ এলাকাত উদ্ধাৰ হৈছে এটা মৃত গঁড় ।

উল্লেখ যে, চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ কৰা হৈছে । জানিব পৰা মতে, মৃত গঁড়টোৰ শৰীৰৰ পৰা ইতিমধ্যে কাটি নিয়া হৈছে খৰ্গ । সম্প্ৰতি ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷

ঘটনা অনুসৰি , বুধবাৰৰ নিশা প্ৰায় ৮:৪৫ বজাত বনৰক্ষী সকলে গুলীৰ শব্দ শুনিবলৈ পাইছিল । ইয়াৰ পিছত মৃত গঁড়টো উদ্ধাৰ কৰি এতিয়া চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান আৰম্ভ হৈছে । চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা।

উল্লেখ যে, বিগত বৰ্ষত গড় হত্যাৰ সংখ্যা যথেষ্ট কম হোৱা বাবে ইংলেণ্ডৰ ক্রিকেটাৰ কেভিন পিটাৰচেনে টুইটাৰযোগে দেশৰ প্ৰধানমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছিল। কিন্তু চলিত বৰ্ষৰ এই গড় হত্যা যথেষ্ট চিন্তনীয় বিষয় হৈ পৰিছে।

Previous Post

সমাগত গণৰাজ্য দিৱস! ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড

Next Post

আজি ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজি ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন

আজি ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন

ক’ভিডৰ প্ৰভাৱঃ আজিৰে পৰা ঐতিহাসিক জোনবিল মেলা

ক'ভিডৰ প্ৰভাৱঃ আজিৰে পৰা ঐতিহাসিক জোনবিল মেলা

ভাল খবৰ : ক’ভিডমুক্ত হ’ল আই পি এচ আনন্দ মিশ্ৰ

ভাল খবৰ : ক'ভিডমুক্ত হ'ল আই পি এচ আনন্দ মিশ্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8