• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

নিউজ ডেস্ক by নিউজ ডেস্ক
December 16, 2022
in News, অসম, ক্ৰাইম, সংবাদ
0
আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী
Share on FacebookShare on Twitter

দৰঙৰ দলগাঁৱত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে । দৰং জিলা আৰক্ষী আৰু দলগাঁও আৰক্ষীৰ যুটীয়া সহযোগত এজন দুধৰ্ষ চোৰাংচিকাৰী আটক হয় ।চোৰাংচিকাৰী জনৰ ভাষ্য মতে, আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ লওঁতে আৰক্ষীয়ে চোৰাংচিকাৰী জনৰ ভৰিলৈ লক্ষ্য কৰি গুলী কৰে । চোৰাংচিকাৰী জনৰ নাম আব্দুল মতিন ওৰফে কালাই বুলি ইতিমধ্যে জানিব পৰা গৈছে ।চিকাৰীজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষত ধনশ্ৰী নৈৰ পাৰত এটা •৩০৩ ৰাইফল পুতি ৰখা বুলি কোৱাত আৰক্ষীয়ে নিশা তালাচী চলোৱাৰ সময়ত সুশীল বৰুৱা নামৰ ইউ বি চিপাহীজনক বুকুত ঘুচিয়াই আঘাতপ্ৰাপ্ত কৰি আব্দুল মতিন ওৰফে কালা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে চোৰাংচিকাৰী জনৰ ভৰিত গুলীচালনা কৰে৷ ঘটনাত আহত চিপাহী জনৰ সৈতে চোৰাংচিকাৰীজনক মংগলদৈ চিভিল হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে৷ উল্লেখ্য যে অসম আৰক্ষীয়ে ৫ লাখ টকা পুৰস্কাৰ ঘোষণা কৰা দুৰ্ধৰ্ষ গঁড় চিকাৰী আব্দুল মতিন ওৰফে কালাক পৰহি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ পৰা এটা ৰাইফলৰ সৈতে গ্ৰেপ্তাৰ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে দৰং জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক নিৰুপম হাজৰিকাই ।

Tags: #assam news#AssamPolice#DarrangPolice#Headline8
Previous Post

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

লামডিঙত জব্দ ২ কোটি টকাৰ গাঞ্জা

লামডিঙত জব্দ ২ কোটি টকাৰ গাঞ্জা

প্ৰতি কেজি ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী হ’ল মনোহাৰী গ’ল্ড টি

প্ৰতি কেজি ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী হ'ল মনোহাৰী গ'ল্ড টি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8