• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

যোৰহাটত ৫ লাখ হিতাধিকাৰীলৈ আৱণ্টন দিয়া হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 19, 2022
in News, অসম, সংবাদ
0
যোৰহাটত ৫ লাখ হিতাধিকাৰীলৈ আৱণ্টন দিয়া হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে যোৰহাট কাছাৰী ময়দানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা আয়োজন কৰা এক বৃহৎ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং উপস্থিত থাকিব। এই অনুষ্ঠানত অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত পাঁচ লাখ হিতাধিকাৰীলৈ আনুষ্ঠানিকভাৱে গৃহ আবণ্টন আৰু পুঁজি প্ৰদান কৰা হ’ব। অনুষ্ঠানত পঞ্চায়ত, গ্ৰামোন্নয়ন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস, সাংসদ তপন গগৈ, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব।

প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত যোৰহাট জিলাত প্ৰায় ১২ হাজাৰ হিতাধিকাৰীক গৃহ আবণ্টন দিয়া হৈছে। সমগ্ৰ অসমতে আবন্তন দিয়া পাঁচ লাখ দহ হাজাৰ হিতাধিকাৰীক একোটা গৃহ নিৰ্মাণৰ বাবে ১ লাখ ৩০ হাজাৰ টকাকৈ দিয়া হ’ব। ইয়াৰে প্ৰথম কিস্তিত ৩২,৫০০টকা, দ্বিতীয় কিস্তিত ৪৮,৭৫০ টকা আৰু তৃতীয় কিস্তিত ৪৮,৭৫০ টকা প্ৰদান কৰা হ’ব। ইয়াৰ লগতে হিতাধিকাৰীসকলক এমজিএনৰেগাৰ অধীনত দৈনিক ২২৯ টকা মজুৰি হিচাপে ৯৫ দিনত ২১,৭৫৫ টকাৰ মজুৰি প্ৰদান কৰা হ’ব।

Previous Post

হাফলঙলৈ ৰাওনা হ’ব মন্ত্রী যোগেন মহন আৰু মন্ত্রী বিমল বৰা

Next Post

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

Related Posts

News

Guwahati Mayor launches Urban IEC Van on Viksit Bharat Sankalp Yatra

November 28, 2023
Viksit Bharat Sankalp Yatra: 20,00,000 participants in less than 2 weeks
News

Viksit Bharat Sankalp Yatra: 20,00,000 participants in less than 2 weeks

November 28, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
News

Viksit Bharat Sankalp Yatra receives encouraging public response in Assam

November 27, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
LPGৰ ৰাজসাহায্য কৰ্তন আৰু মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক সৰ্বহাৰা কৰিছে চৰকাৰে

পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

বানপানীৰ বাবেই শিলচৰ-গুৱাহাটীৰ মাজত ৩ হাজাৰ টকীয়া বিশেষ বিমান সেৱা !

বানপানীৰ বাবেই শিলচৰ-গুৱাহাটীৰ মাজত ৩ হাজাৰ টকীয়া বিশেষ বিমান সেৱা !

১৫ জুলাইৰ ভিতৰত পুনৰ ৮ হাজাৰ যুৱকলৈ চৰকাৰী চাকৰি!

কেবিনেট বৈঠকত ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ আলোচনা, মৃতকৰ পৰিয়াললৈ ৪ লাখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8