- অসমত উপস্থিত হ’ল ৰাষ্ট্ৰপতি।
- বিমান বন্দৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই জনালে উষ্ম আদৰণি।
- বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতেই ৰাষ্ট্ৰপতিক সন্মান জনালে ৰাজ্যপাল তথা অসমৰ মুখ্যমন্ত্ৰীয়ে ।
- ১.২৫ মিনিটৰ পৰা ২ বজালৈ থাকিব কামাখ্য মন্দিৰত।
- ২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উনবিংশতিতম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ।
- ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড।