• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কিয় প্ৰতিবাদত নামিল সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী ?

নিউজ ডেস্ক by নিউজ ডেস্ক
April 25, 2022
in News, অসম, গুৱাহাটী, শিক্ষা, সংবাদ
1 min read
0
কিয় প্ৰতিবাদত নামিল সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী ?
Share on FacebookShare on Twitter

আজিৰে পৰা ডেৰ বছৰ পূৰ্বে সন্দিকৈ মহাবিদ্যালয়ৰ ৩গৰাকীকৈ ছাত্ৰীয়ে মহাবিদ্যালয়খনৰ কম্পিউটাৰ বিভাগৰ প্ৰবক্তা মানস গগৈৰ বিৰুদ্ধে যৌন নিযাতনৰ অভিযোগ আনিছিল ৷ প্ৰবক্তাগৰাকীয়ে ছাত্ৰীকেইগৰাকীলৈ দিয়া অশ্লীল হোৱাটছএপ মেছেজ ভাইৰেল হৈছিল সেই সময়ত ৷

উল্লেখ্য যে,ছাত্ৰীকেইগৰাকীৰ অভিযোগৰ পিছতে প্ৰবক্তাগৰাকীক তাৎক্ষণিকভাবে নিলম্বন কৰি ৩মাহৰ ভিতৰত তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ কথা মহাবিদ্যলয়খনৰ কৰ্তৃপক্ষই ঘোষণা কৰিছিল ৷ কিন্ত প্ৰায় ডেৰটা বছৰ পিছত হঠাৎ পুনৰ মানস গগৈয়ে মহাবিদ্যলয়খনত যোগদান কৰাৰ খবৰ পোৱাৰ লগে লগে জাঙুৰ খাই উঠিল মহাবিদ্যালয়খনৰ ছাত্ৰীসকল ৷

সোমবাৰে পুৱা প্ৰবক্তা মানস গগৈক স্থায়ীভাৱে নিলম্বনৰ দাবীৰে হাতে হাতে প্লেকাৰ্ড লৈ একাংশ ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ছাত্ৰীসকলৰ স্পষ্ট কথা কোনোপধ্যে পুনৰ যোগদান কৰিব দিয়া নহ’ব প্ৰবক্তা মানস গগৈক ৷ প্ৰয়োজনত আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈয়ো সাজু মহাবিদ্যালয়খনৰ প্ৰতিবাদী ছাত্ৰীসকল ৷

ইপিনে প্ৰবক্তা মানস গগৈৰ মহাবিদ্যালয়খনত পুনৰ যোগদানৰ কথা কোনো প্ৰকাৰে জ্ঞাত নহয় বুলি কলে মহাবিদ্যালয়খনৰ উপাধ্যক্ষগৰাকীয়ে ৷ দীৰ্ঘ সময় প্ৰতিবাদৰ অন্তত ছাএীসকলে প্ৰবক্তা মানস গগৈৰ স্থায়ীভাৱে নিলম্বনৰ দাবী উত্থাপন কৰি মহাবিদ্যালয়খনৰ উপাধ্যক্ষৰ হাতত এখন পত্ৰও দাখিল কৰে

Previous Post

কেনেকৈ ফাদিল হ’ল SI পৰীক্ষাৰ প্ৰশ্নকাকত ?

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

যোৰহাটত ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত বিলাসী বাহন

যোৰহাটত ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত বিলাসী বাহন

SI পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল কৰা যুৱকক আটক

SI পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল কৰা যুৱকক আটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8