• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পুলৱামাত প্ৰথমবাৰৰ বাবে সংস্থাপন হ’ল গেছ ইনছুলেটেড চাবষ্টেচন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 30, 2021
in News, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
পুলৱামাত প্ৰথমবাৰৰ বাবে সংস্থাপন হ’ল গেছ ইনছুলেটেড চাবষ্টেচন
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ পুলৱামাত বিদ্যুৎ যোগান বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে প্ৰথমবাৰৰ বাবে সংস্থাপন কৰা হ’ল গেছ ইনছুলেটেড চাবষ্টেচন । ইতিমধ্যে কেন্দ্ৰীয় শাসিত অঞ্চলটোত গেছ ইনছুলেটেড চাবষ্টেচন সংস্থাপনৰ কাম আৰম্ভ হৈছে ৷

বিভাগীয় বিষয়াৰ অনুসৰি, শেহতীয়াকৈ লাছিপোৰাত সংস্থাপন কৰা হয় জম্মু-কাশ্মীৰ ট্ৰেন্সমিচন কৰ্প’ৰেচন লিমিটেডৰ প্ৰথমটো গেছ ইনছুলেটেড চাবষ্টেচন । বৰ্তমান জম্মু-কাশ্মীৰৰ আন কেইবাটাও স্থানত গেছ ইনছুলেটেড চাবষ্টেচন স্থাপনৰ কাম অব্যাহত আছে ।জম্মু-কাশ্মীৰ প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লয় পুলৱামাৰ স্থানীয় বাসিন্দাসকলে । শীতকালত কাশ্মীৰ উপত্যকাত বিদ্যুতৰ অভাৱৰ বাবে সৃষ্টি হোৱা দীৰ্ঘদিনীয়া সমস্যা গেছ ইনছুলেটেড চাবষ্টেচন সংস্থাপনৰ জৰিয়তে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে পুলৱামাবাসীয়ে । উল্লেখ যে, শীতকালত কাশ্মীৰত সঘনাই বিদ্যুৎ কৰ্তন হৈ আহিছিল ৷ কিন্তু এতিয়াৰে পৰা সমাধান হ’ব এই সমস্যা । গেছ ইনছুলেটেড চাবষ্টেচন সকলোৰে বাবে লাভজনক হ’ব বুলি তেওঁ মন্তব্য কৰে স্থানীয় লোকে ।

Previous Post

সষ্টম প্ৰশাসন: চালকৰ বিৰুদ্ধে এসপ্তাহতে মহানগৰত ৰুজু ৫০০ ৰো অধিক গোচৰ

Next Post

প্ৰি নিউ য়েৰ চেলিব্ৰেচনত অঘটন, সুৰা বুলি এচিড পান কৰি মৃত্যু ঘটিল ৩ জনৰ

Related Posts

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing
News

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing

November 30, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
News

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati

November 30, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ
News

PM to interact with beneficiaries of Viksit Bharat Sankalp Yatra on 30th November

November 29, 2023
Otis India offers online order-booking for Gen3™ Nova range of elevators
News

Otis India offers online order-booking for Gen3™ Nova range of elevators

November 29, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
প্ৰি নিউ য়েৰ চেলিব্ৰেচনত অঘটন, সুৰা বুলি এচিড পান কৰি মৃত্যু ঘটিল ৩ জনৰ

প্ৰি নিউ য়েৰ চেলিব্ৰেচনত অঘটন, সুৰা বুলি এচিড পান কৰি মৃত্যু ঘটিল ৩ জনৰ

৩১ ডিচেম্বৰত আইন ভংগকাৰীলৈ অসম আৰক্ষীৰ বিশেষ নিমন্ত্ৰণী পত্ৰ

৩১ ডিচেম্বৰত আইন ভংগকাৰীলৈ অসম আৰক্ষীৰ বিশেষ নিমন্ত্ৰণী পত্ৰ

ক’লাৰ পিছত এইবাৰ পচাৰ গাত যোৰহাট আৰক্ষীৰ গুলী

ক’লাৰ পিছত এইবাৰ পচাৰ গাত যোৰহাট আৰক্ষীৰ গুলী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8