• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰতিবাদৰ মাজতে ৰাহুল গান্ধীক আটক কৰে আৰক্ষীয়ে

নিউজ ডেস্ক by নিউজ ডেস্ক
August 5, 2022
in News, অসম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
প্ৰতিবাদৰ মাজতে ৰাহুল গান্ধীক আটক কৰে আৰক্ষীয়ে
Share on FacebookShare on Twitter

আজি ৰাজধানী দিল্লীত মূল্যবৃদ্ধি, জি.এছ.টি আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপপ্ৰয়োগৰ বিৰুদ্ধে কংগ্ৰেছে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে। যন্তৰ মন্তৰত কংগ্ৰেছৰ এই প্ৰতিবাদৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল। কিন্তু, অন্য স্থান সমূহত ১৪৪ ধাৰা জাৰি কৰা হৈছিল।

প্ৰতিবাদৰ মাজতে ৰাহুল গান্ধীৰ লগতে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে ৰাষ্ট্ৰপতি ভৱনৰ দিশে গতি কৰে। প্ৰতিবাদী সমদলটো বিজয় চ’ক পোৱাৰ লগে লগে আৰক্ষীয়ে ৰাহুল গান্ধী আৰু প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে আৰু প্ৰতিবাদকাৰীৰ মাজৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আটক কৰে।

আনফালে, অসমতো দেখা গ’ল অনুৰূপ ঘটনা। ৰাজভৱন ঘেৰাও কৰিব যোৱা প্ৰদেশ কংগ্ৰেছৰ নেতা তথা কংগ্ৰেছ কৰ্মীসকলক ৰাজভৱন পোৱাৰ পূৰ্বেই বাধা দিয়াৰ লগতে আটক কৰে আৰক্ষীয়ে।

Previous Post

২ অক্টোবৰৰ ভিতৰত কম্পিউটাৰ শিকি লওক অন্যথা হেৰুৱাব চাকৰি!

Next Post

‘ঘৰে ঘৰে পাইপ যোগে গেছ যোগান’ আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ

Related Posts

News

Ministry of Health & Family Welfare organises World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati today

December 1, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing
News

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing

November 30, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
News

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati

November 30, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ
News

PM to interact with beneficiaries of Viksit Bharat Sankalp Yatra on 30th November

November 29, 2023
Next Post
‘ঘৰে ঘৰে পাইপ যোগে গেছ যোগান’ আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ

‘ঘৰে ঘৰে পাইপ যোগে গেছ যোগান’ আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ

ক্ষেত্ৰীত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল দম্পতীৰ

ক্ষেত্ৰীত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল দম্পতীৰ

আলাবৈ ৰণৰ ১০ হাজাৰ বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

আলাবৈ ৰণৰ ১০ হাজাৰ বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8