• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি জগদুৱাৰত ৰঙালী বিহু উদযাপন

নিউজ ডেস্ক by নিউজ ডেস্ক
April 21, 2022
in News, অসম, মনোৰঞ্জন, সংবাদ, সংস্কৃতি
1 min read
0
ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি জগদুৱাৰত ৰঙালী বিহু উদযাপন
Share on FacebookShare on Twitter

টীয়কৰ জগদুৱাৰত জগদুৱাৰ যুৱ সংঘৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত জগদুৱাৰস্থিত সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণী নাট্য মন্দিৰত আজি এদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰঙালী বিহু সন্মিলন। কাৰ্যসূচী অনুসৰি পুৱা জগদুৱাৰ ৰঙালী বিহু সন্মিলনৰ সভাপতি অনিল শৰ্মাই পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।তাৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

স্মৃতি তৰ্পণৰ পাছতেই পৰম্পৰা ৰক্ষা কৰি কণী যুঁজ, পিঠাপনা প্ৰতিযোগিতা চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতাও অনুস্থিত কৰা হৈছে ।ইপিনে বিয়লি আমন্ত্ৰিত কেইবাটাও হুঁচৰি দলৰ হুঁচৰি প্ৰদৰ্শনৰ লগতে মৌ কুঁৱৰী,বিহুৱতী বৰবিহুৱতী আৰু জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

উল্লেখযোগ্য যে ১৯৭৬ চনৰ পৰা নিৰবিচ্চিন্নভাৱে উক্ত অঞ্চলত আজি পৰ্যন্ত অনুস্থিত কৰি অহা ঐতিহাসিক বিহু সন্মিলনভাগিৰ প্ৰতি অসম চৰকাৰে সন্মান প্ৰদৰ্শন কৰি যি অনুদান আগবঢ়াইছে সেই অনুদানেৰেই এইবাৰ ৰাইজৰ পৰা দান বৰঙনি গ্ৰহণ নকৰাকৈ দিনযোৰা কাৰ্যসূচী অনুস্থিত কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে উদ্যোক্তা মণ্ডলীয়ে।লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এনে সিদ্ধান্তক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আগলৈও এনেদৰে কৃষ্টি-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত চৰকাৰখনে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি যাব আৰু এই পদক্ষেপে অসমত চান্দা সংস্কৃতি নাইকীয়া কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।

Previous Post

নগাঁও : ধৰ্ষণকাৰীক পুনৰ এনকাউণ্টাৰ

Next Post

স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত সাত বিহু উদযাপন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত সাত বিহু উদযাপন

স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত সাত বিহু উদযাপন

শিল্পী তৰালী শৰ্মাক প্ৰদান কৰা হ’ল ভিতালী দাস সোঁৱৰণি বঁটা

শিল্পী তৰালী শৰ্মাক প্ৰদান কৰা হ'ল ভিতালী দাস সোঁৱৰণি বঁটা

কাইলৈ মহানগৰীত পৌৰসভাৰ নিৰ্বাচন

কাইলৈ মহানগৰীত পৌৰসভাৰ নিৰ্বাচন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8