• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অৱশেষত উৰুকাত আংশিক শিথিলতা প্ৰদান কৰিলে চৰকাৰে

নিউজ ডেস্ক by নিউজ ডেস্ক
January 11, 2022
in News, অসম, সংবাদ
1 min read
0
অৱশেষত উৰুকাত আংশিক শিথিলতা প্ৰদান কৰিলে চৰকাৰে
Share on FacebookShare on Twitter

ক’ভিডৰ ভয়াৱহতাৰ বাবে ৰাজ্যত শেহতীয়াকৈ জাৰি কৰা হৈছে নতুন SOP । এই SOP অনুসৰি ১০ বজাতেই উৰুকাৰ নিশা ভেলাঘৰৰ তলত ভোজ-ভাত খোৱাৰ পৰম্পৰা সামৰিব লাগিব। তদুপৰি পুৱা ৬ বজাত হে মেজি জ্বলাবলৈ লোক সকল আহিব পাৰিব।

বিভিন্ন জনে এই SOP ক লৈ অমান্তি হোৱা পৰিলক্ষিত হৈছিল, অৱশেষত বিশেষভাৱে ভোগালী বিহুৰ উৰুকাৰ দিনা ৰাজ্যত শিথিল কৰা হৈছে সান্ধ্য আইন। নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন পুৱা ৬ বজাৰ পৰিৱৰ্তে ৪ বজালৈ থাকিব এই সান্ধ্য আইন । এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখযোগ্য যে, মঙলবাৰে কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইপিনে এই অনুষ্ঠানতেই যিসকলে বিহুৰ SOP ৰ বিৰোধিতা কৰিছে তেওঁলোক অসম বিৰোধী, অসমীয়া বিৰোধী বুলি মুখ্যমন্ত্রী গৰাকীয়ে মন্তব্য কৰে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

অৰুণাচল প্ৰদেশত আজিৰে পৰা নৈশ্য সান্ধ্য আইন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অৰুণাচল প্ৰদেশত আজিৰে পৰা নৈশ্য সান্ধ্য আইন

অৰুণাচল প্ৰদেশত আজিৰে পৰা নৈশ্য সান্ধ্য আইন

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আক্ৰান্ত হ’ল ক’ৰোনাত

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আক্ৰান্ত হ’ল ক'ৰোনাত

নগাঁৱৰ চি আৰ পি এফ কেম্প কভিডৰ হটস্পট! ১৫ জনৰ দেহত ক’ভি়ড

নগাঁৱৰ চি আৰ পি এফ কেম্প কভিডৰ হটস্পট! ১৫ জনৰ দেহত ক'ভি়ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8