• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে এশিঙীয়া গঁড় গণনা‌

নিউজ ডেস্ক by নিউজ ডেস্ক
March 26, 2022
in News, অসম, সংবাদ
0
আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে এশিঙীয়া গঁড় গণনা‌
Share on FacebookShare on Twitter

আজিৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে এশিঙীয়া গঁড়ৰ গণনা‌। ২৬ মাৰ্চৰ পৰা ২৮ মাৰ্চ তাৰিখেলৈকে উদ্যানখনত সম্পন্ন হ’ব ১৪ সংখ্যক এই গঁড় গণনা কাৰ্যসূচী।

উল্লেখ্যে যে,ইয়াৰ পূৰ্বে ২০১৮ চনত হৈছিল অসম গৌৰৱ এটা খর্গযুক্ত গঁড়ৰ গণনা ৷ উল্লেখ্য যে, বনকৰ্মী, বিশেষজ্ঞ আৰু স্বেচ্ছাসেৱকৰ সহায়ত সম্পন্ন কৰা হৈছে এই গণনা।

শেহতীয়াকৈ ২০১৮ বৰ্ষত চলা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৪১৩ টা গঁড়ৰ সংখ্যা পোৱা গৈছিল। উদ্যান কৰ্তৃপক্ষই জনোৱা অনুসৰি এইবাৰৰ গঁড়ৰ গণনাৰ বাবে উদ্যানখনক ৮৪ টা কম্পার্টমেণ্টত ভাগ কৰা হৈছে ৷

ইপিনে, শনিবাৰে প্ৰথম দিনটোত ডিফলু নদীৰ দক্ষিণ অংশত কঁহৰা,বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ মুঠ ৪৮ টা কম্পার্টমেণ্টত আৰু দ্বিতীয় দিনা ডিফলু নদীৰ উত্তৰ দিশে অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ বাকী থকা ৩৬ টা কম্পার্টমেণ্টত গণনাকার্য চলোৱা হ’ব ৷

আনহাতে, ২৮ মাৰ্চ তাৰিখে সন্দেহ থকা অঞ্চলত পুনৰ গণনা কৰা হব। এই গণনাকার্যৰ বাবে মুঠ ৬৩ গৰাকী বিশেষজ্ঞক আমন্ত্ৰণ কৰিছে কাজিৰঙা উদ্যান কর্তৃপক্ষই ৷ গণনা কাৰ্যসূচী যাতে সূচাৰুৰূপে সম্পন্ন কৰিব পৰা যায় সেই শুকুৰবাৰৰ দিনটোত কহঁৰাৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত এখনি বিশেষ সভাৰ আয়োজন কৰা হয়। উল্লেখ্যে যে, ১৯৬৫ চনত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত অনুষ্ঠিত হৈছিল গঁড় গণনা কাৰ্যসূচী।

Previous Post

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য !

Next Post

নিপক’ৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নিপক’ৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ

নিপক’ৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ

ৰাজ্যত পুনৰ কেকো সাপ উদ্ধাৰ

ৰাজ্যত পুনৰ কেকো সাপ উদ্ধাৰ

ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ সৰ্বদলীয় বৈঠক আহ্বান

ৰাজ্যসভাৰ নিৰ্বাচনঃ বিৰোধীৰ সৰ্বদলীয় বৈঠক আহ্বান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8