• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পূৱ ইউক্ৰেইনৰ বিদ্যালয়ত ৰাছিয়াৰ আক্ৰমণ! ৬০ জন নিহত

নিউজ ডেস্ক by নিউজ ডেস্ক
May 9, 2022
in News, প্ৰযুক্তি, সংবাদ
1 min read
0
পূৱ ইউক্ৰেইনৰ বিদ্যালয়ত ৰাছিয়াৰ আক্ৰমণ! ৬০ জন নিহত
Share on FacebookShare on Twitter

ৰাছিয়াৰ বাহিনীয়ে পূৱ ইউক্ৰেইনৰ লুহানস্কৰ এখন বিদ্যালয়ত বোমা বিস্ফোৰণ কৰে। বিলোহোৰিভকা গাঁৱৰ বিদ্যালয়খনত কমেও ৯০ জন লোকে আশ্ৰয় লৈছিল বুলি জানিব পৰা গৈছে। এই বিস্ফোৰণত কমেও ৬০ জন লোকৰ মৃত্যুহোৱাৰ আশংকা কৰা হৈছে। ৮ মে’ তাৰিখে লুহানস্ক অঞ্চলৰ ৰাজ্যপাল চেৰহি গাইদাই এইদৰে মন্তব্য আগবঢ়াইছিল,”ৰাছিয়াৰ বাহিনীয়ে বিদ্যালয়খনত বোমা নিক্ষেপ কৰিছিল। দুটা মৃত্যুৰ খবৰ পোৱা গৈছে। ধ্বংসাৱশেষৰ পৰা ৩০ জন নাগৰিকক উদ্ধাৰ কৰা হৈছে।”

শনিবাৰে আবেলি বিদ্যালয়খনত আক্ৰমণ কৰিছিল ৰাছিয়াৰ বাহিনীয়ে। বিস্ফোৰণৰ পিছতে সেই স্থানত জুই লাগিছিল। পুনৰ গাইদাই কৈছিল,”প্ৰায় চাৰি ঘণ্টাৰ পিছত জুই নিয়ন্ত্ৰণলৈ অনা হৈছিল। তাৰ পিছত ধ্বংসাৱশেষটো পৰিষ্কাৰ কৰিছিল। দুৰ্ভাগ্যবশতঃ দুটা মৃতদেহ পোৱা গৈছিল। ধ্বংসাৱশেষৰ পৰা প্ৰায় ৩০ জন লোকক উদ্ধাৰ কৰা হৈছিল। তেওঁলোকৰ সাতজন আহত হৈছিল। ৬০ জন লোক এতিয়াও ধ্বংসস্তূপত আৱদ্ধ হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।”

ইউক্ৰেনে বাৰে বাৰে দাবী কৰিছে যে ৰাছিয়াইও ইয়াৰ অসামৰিক লোকসকলক আক্ৰমণ কৰি আছে। কিন্তু, ৰাছিয়াই এই দাবী নাকচ কৰিছে। আনহাতে, লুহানস্ক স্কুলৰ ক্ষেত্ৰত ইউক্ৰেইনৰ দাবী সচা বুলি আকৌ এবাৰ প্ৰমাণিত হৈছিল। ইফালে, যুদ্ধবিধ্বস্ত মাৰিয়পোলৰ পৰা বহুতো ইউক্ৰেনীৰ বাসীন্দা উদ্ধাৰ কৰা হৈছে। ইউক্ৰেইন চৰকাৰে কৈছিল যে শনিবাৰে ৰেড ক্ৰছ আৰু ৰাষ্ট্ৰসংঘৰ সদস্যসকলৰ উপস্থিতিত মাৰিয়পোলত থকা এটা তীখা প্ৰকল্পৰ পৰা কমেও ৩০০ জন লোকক উদ্ধাৰ কৰা হৈছিল।

Previous Post

আহি আছে অছানিঃ অসমকে ধৰি চাৰিখন ৰাজ্যত হ’ব পাৰে প্ৰৱল ধুমুহা

Next Post

হাইকৰ্টক অমান্য! জলসম্পদ বিভাগৰ ৬৩ টকা সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
হাইকৰ্টক অমান্য! জলসম্পদ বিভাগৰ ৬৩ টকা সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা

হাইকৰ্টক অমান্য! জলসম্পদ বিভাগৰ ৬৩ টকা সহকাৰী অভিযন্তা পদৰ ফলাফল ঘোষণা

বিশ্বকাপৰ ছেমিফাইনেলৰ পূৰ্বে নিষিদ্ধ বেজী লৈছিল এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে

বিশ্বকাপৰ ছেমিফাইনেলৰ পূৰ্বে নিষিদ্ধ বেজী লৈছিল এইগৰাকী পাকিস্তানী ক্ৰিকেটাৰে

অসম ক্ৰিকেট এছ’চিয়েচনৰ নিযুক্তি কেইবাটাও পদ খালী

অসম ক্ৰিকেট এছ'চিয়েচনৰ নিযুক্তি কেইবাটাও পদ খালী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8