• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কিমান টকাৰ প্ৰলোভনত আলফালৈ সোঁত বৈছে অসমীয়া যুৱকৰ? কি কলে সঞ্জীৱে?

নিউজ ডেস্ক by নিউজ ডেস্ক
April 26, 2022
in News, অসম, সংবাদ
0
কিমান টকাৰ প্ৰলোভনত আলফালৈ সোঁত বৈছে অসমীয়া যুৱকৰ? কি কলে সঞ্জীৱে?
Share on FacebookShare on Twitter

বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ মুনীন্দ্ৰ শৰ্মাৰ পুত্ৰ সঞ্জীৱ শৰ্মাই সংযুক্ত মুক্তি বাহিনী অসম(স্বা) ৰ বিৰুদ্ধে অসম আৰক্ষী আৰু ভাৰতীয় দখলদাৰী বাহিনীৰ গুপ্তচৰ হিচাপে কাম কৰিছিল ৷ এই তথ্য ৷ আলফা(স্বা) প্ৰচাৰ বিভাগৰ ফালৰ পৰাও স্পষ্ট কৰি দিছে

আনকি সংযুক্ত মুক্তি বাহিনী অসম(স্বা)ৰ ফালৰ পৰা সঞ্জীৱ শৰ্মাৰ এক ভিডিঅ’ বাৰ্তাও প্ৰেৰণ কৰা হৈছে ৷ য’ত সকলো কথা নিজেই স্পষ্ট ৰূপত দাঙি ধৰিছে সঞ্জীৱ শৰ্মাই ৷ উল্লেখ্য যে,যি সময়ত চৰকাৰৰে সংযুক্ত মুক্তি বাহিনীৰ সৈতে আলোচনা চলি আছে, তেনে সময়তে নতুনকৈ যুৱকসকল আলফালৈ আগমনে ৰহস্যৰ সৃষ্টি কৰিছে ।
বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ মুনীন্দ্ৰ শৰ্মাৰ পুত্ৰ সঞ্জীৱ শৰ্মাও আলফালৈ গমন কৰা বাতৰিয়েও এতিয়া তোলপাৰ লগাইছে বাইহাটা চাৰিআলি অঞ্চলত । নিজ ঘৰৰ পৰা এবছৰ আগতে সঞ্জীৱ ওলাই গৈছিল গুৱাহাটীৰ কামাখ্যালৈ । সেই ওলাই যোৱাৰ পিচৰে পৰা পৰিয়ালৰ সৈতে সঞ্জীৱৰ কোনো ধৰনৰ যোগাযোগ নাছিল ।

বিগত মাঘ বিহুৰ পিচত কিছু সময়ৰ বাবে ঘৰলৈ আহি লগে লগে গুছি গৈছিল সঞ্জীৱ । তেতিয়াৰে পৰা সঞ্জীৱৰ কোনো ধৰণৰ যোগাযোগ নাই পৰিয়ালৰ লগত । যদিহে সঞ্জীৱ সঁচাকৈয়ে আলফালৈ গৈছে, তেন্তে পুনৰ ঘৰলৈ ঘূৰি অহাৰ আহ্বান জনাইছে সঞ্জীৱৰ মাতৃয়ে । আনকি সংবাদ মাধ্যমৰ জৰিয়তে সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনাইছে সঞ্জীৱৰ মাতৃয়ে ।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

২৪ ঘন্টাত প্ৰায় ৩০০০ লোক আক্ৰান্ত ক’ভিডত

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নগাঁৱৰ চি আৰ পি এফ কেম্প কভিডৰ হটস্পট! ১৫ জনৰ দেহত ক’ভি়ড

২৪ ঘন্টাত প্ৰায় ৩০০০ লোক আক্ৰান্ত ক'ভিডত

অম্লান বৰগোঁহাইলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে আৰ্থিক সাহায্য

অম্লান বৰগোঁহাইলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে আৰ্থিক সাহায্য

মহানগৰীত উৰণীয়া সেঁতুৰ পৰা জপিয়াবলৈ চেষ্টা কৰা মহিলাক উদ্ধাৰ

মহানগৰীত উৰণীয়া সেঁতুৰ পৰা জপিয়াবলৈ চেষ্টা কৰা মহিলাক উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8