• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

স্থগিত ৰখা নহ’ব NEET PG 22 পৰীক্ষা : উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক by নিউজ ডেস্ক
May 13, 2022
in News, ৰাষ্ট্ৰীয়, শিক্ষা, সংবাদ
1 min read
0
স্থগিত ৰখা নহ’ব NEET PG 22 পৰীক্ষা : উচ্চতম ন্যায়ালয়
Share on FacebookShare on Twitter

কোনো কাৰণতে স্থগিত নহয় চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ এনইইটি পিজিৰ পৰীক্ষা । কঠোৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ । শুকুৰবাৰে এক শুনানিৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে এই পৰীক্ষা স্থগিত ৰখা নহ’ব বুলি স্পষ্ট কৰি দিয়ে । ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তৰ বিচাৰপীঠে লগতে কয় যে পৰীক্ষা পিছুৱাই যোৱাৰ লগে লগে চিকিৎসকৰ নাটনি হ’ব আৰু ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত লগতে কোৱা হৈছে যে পৰীক্ষা স্থগিত ৰখাৰ ফলত বিশৃংখলতা আৰু অনিশ্চয়তাৰ সৃষ্টি হ’ব আৰু পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা শিক্ষাৰ্থীসকলৰ বেছিভাগেই প্ৰভাৱিত হ’ব । বিচাৰপীঠে কয় যে ইয়াত দুটা শ্ৰেণীৰ শিক্ষাৰ্থী আছে । এটা অংশই পৰীক্ষা পিছুৱাই দিয়াটো বিচাৰিছে আৰু দুই লাখ ছয় হাজাৰতকৈ অধিক প্ৰাৰ্থীৰ এটা বৃহৎ অংশই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ পাছত পৰীক্ষা স্থগিত ৰাখিলে প্ৰভাৱিত হ’ব । ইফালে ক’ভিডৰ ফলত প্ৰভাৱিত হোৱা পৰীক্ষাসমূহ সময়মতে অনুষ্ঠিত কৰাৰ বাবে চেষ্টা চলাইছে চৰকাৰে ।

উল্লেখ্য যে ২১ মে’ত অনুষ্ঠিত হ’ব এই পৰীক্ষা । একাংশ চিকিৎসকে পৰীক্ষা স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল । অৱশেষত এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে নিৰ্ধাৰিত দিনতে অনুষ্ঠিত হ’ব স্নাতকোত্তৰৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা ।

 

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ

২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ

বিশ্ব মহিলা বক্সিঙৰ পৰা লাভলীনাৰ বিদায়!

বিশ্ব মহিলা বক্সিঙৰ পৰা লাভলীনাৰ বিদায়!

দিল্লীৰ অগ্নিকাণ্ডত নিহতৰ সংখ্যা বৃদ্ধি পালে ২৭জনলৈ

দিল্লীৰ অগ্নিকাণ্ডত নিহতৰ সংখ্যা বৃদ্ধি পালে ২৭জনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8