• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জোনমণি ৰাভাৰ জ্ঞাতেই প্ৰবঞ্চনাৰ জাল মেলি দিছিল ৰাণা পগাগে! – বিস্ফোৰক অভিযোগ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 11, 2022
in News, অসম, ক্ৰাইম, সংবাদ
1 min read
0
জোনমণি ৰাভাৰ জ্ঞাতেই প্ৰবঞ্চনাৰ জাল মেলি দিছিল ৰাণা পগাগে! – বিস্ফোৰক অভিযোগ
Share on FacebookShare on Twitter

লেডী সিংঘম জোনমণি ৰাভাৰ বিৰুদ্ধে ভাবী স্বামীৰ হৈ লক্ষাধিক ধন সংগ্ৰহৰ অভিযোগ ৷ পুনৰবাৰ চৰ্চালৈ আহিছে লেডী সিংঘম জোনমণি ৰাভা ৷ পোহৰলৈ আহিছে ভাবী স্বামীক আটক কৰি বহুজনৰ প্ৰশংসা লাভ কৰা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ আন এক আখ্যান ৷

অভিযোগ-প্ৰতি অভিযোগৰ মাজত সোমাই পৰিছে অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ নাম ৷ ভাবী স্বামীক আটক কৰি নিজকে নিৰ্দোষী সজাব খোজা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ কু-কীৰ্তি পোহৰলৈ আহিছে। নগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত জোনমণি ৰাভাই কিছুদিন পূৰ্বে ভাবি স্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ গোচৰত আটক কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। কিন্তু নিজকে নিৰ্দোষী সজাব বিচৰা আৰক্ষী বিষয়া গৰাকীৰ কু-কীৰ্তিয়ে বৰ্তমান সকলোকে আচৰিত কৰিছে।

উল্লেখ্য যে,পূৰ্বে ভাবী স্বামী ৰাণা পগাগৰ প্ৰৱঞ্চনাৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে ৷ কিন্তু এই প্ৰৱঞ্চনাৰ বিষয়ে জোনমণি ৰাভাই যে পূৰ্বৰ পৰাই জ্ঞাত আছিল, সেই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে । অভিযোগ অনুসৰি, সম্প্ৰতি কাৰাবন্দী ৰাণা পগাগক মাজুলীৰ একাংশ লোকৰ সৈতে আৰক্ষী বিষয়া ৰাভাই ONGC ৰ বিষয়া বুলি চিনাকী কৰাই দিছিল ৷

কেৱল চিনাকী কৰাই দিয়াই নহয়, ঠিকা প্ৰদানৰ প্ৰলোভনেৰে ৰাণাৰ যোগেদি লাখে লাখে টকা আত্মসাত কৰাৰো অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়া ৰাভাৰ বিৰুদ্ধে । ইপিনে মাজুলীৰ দুই ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মা আৰু অজিত বৰাৰ পৰা ক্ৰমে ৪৯ লাখ ৪৮ হাজাৰ আৰু ১৩ লাখ ৭২ হাজাৰ টকা প্ৰৱঞ্চনাৰে নিয়াৰ অভিযোগত ৰাণা পগাগৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২০/২২,২১/২২ US-১২০B/১৭০/৪০৬/৪১৯/৪২০/৪৬৮/৪৭১/৪৭২ নম্বৰত ৰুজু কৰা হৈছে এক গোচৰ ৷

লগতে সহযোগী জোনমণি ৰাভাৰ বিৰুদ্ধেও বহু আপত্তিজনক অভিযোগ আনিছে মাজুলীৰ দুই ব্যৱসায়ীয়ে ৷ এই অভিযোগৰ পাচতে নিজকে নিৰ্দোষী সজাই দীৰ্ঘদিনে ভাবী স্বামীয়ে বিভিন্ন লোকক ঠিকাৰ প্ৰলোভনেৰে ধন সৰকাই নিয়াৰ বিষয়ত অজ্ঞাত বুলি কোৱা আৰক্ষী বিষয়াগৰাকীৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে ।

ইতিপূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা এইগৰাকী আৰক্ষী বিষয়াই প্ৰৱঞ্চক ৰাণাৰ সহযোগী হিচাপে মাজুলীত কোনো লোকৰ পৰা কৌশলেৰে ধন সংগ্ৰহৰ অভিসন্ধি ৰচনা কৰিছিল নেকি, সেয়াও আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে । ইফালে ৰাভাৰ একাউণ্টত ধনৰ লেনদেনৰ অভিযোগে বিষয়টোক অধিক গভীৰ কৰি তুলিছে ।

Previous Post

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ শুভেচ্ছা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

Next Post

পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বোকাজান আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী

পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

আকৌ বিটিআৰ প্ৰধান হ’ব নেকি হাগ্ৰামা মহিলাৰী ?

আকৌ বিটিআৰ প্ৰধান হ'ব নেকি হাগ্ৰামা মহিলাৰী ?

আপুনি নজনাকৈয়ে আপোনাৰ সন্তান মানসিক ৰোগত ভুগি আছে নেকি?

আপুনি নজনাকৈয়ে আপোনাৰ সন্তান মানসিক ৰোগত ভুগি আছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8