• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ধঁ‌পাত সেৱন! স্বাস্থ্যৰ বাবে কিমান মাৰাত্মক? জানেনে ?

আপুনি জানেনে? প্ৰতিবছৰে ধঁ‌পাতৰ সেৱনৰ ফলত কিমান ব্যক্তিৰ মৃত্যু হয়!

kishak by kishak
May 31, 2022
in News, সংবাদ, স্বাস্থ্য
1 min read
0
ধঁ‌পাত সেৱন! স্বাস্থ্যৰ বাবে কিমান মাৰাত্মক? জানেনে ?
Share on FacebookShare on Twitter

প্ৰতিবছৰে মে’ মাহৰ ৩১ তাৰিখটোত গোটেই পৃথিৱীতে “বিশ্ব ধঁপাত বিৰোধী দিৱস” হিচাপে পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে ১৯৮৭ চনৰ পৰাই এই দিৱসটো পালন কৰি আহিছে। “বিশ্ব ধঁপাতবিৰোধী দিৱস” পালন কৰাৰ উদ্দেশ্য হ’ল- ২৪ ঘণ্টাত যিকোনো ধঁপাত সেৱন কৰাটো বৰ্জন কৰিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা।

উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ধঁপাত সেৱনৰ ফলত প্ৰতিবছৰে গোটেই বিশ্বতে প্ৰায় ৮ মিলিয়নৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে ভিতৰত ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্বৰ আটাইতকৈ জনবসতিপূৰ্ণ দেশ চীন চিগাৰেট উদ্যোগৰ শীৰ্ষস্থানত আছে। ২০১৪ চনত বিশ্বৰ মুঠ চিগাৰেটৰ ৩০% ৰো অধিক চীনত উৎপাদন আৰু সেৱন কৰা হৈছিল।

পৰোক্ষ ভাৱে ধূমপানৰ ধোঁৱাৰ ফলত প্ৰতিবছৰে প্ৰায় ৬০০,০০০ ৰো অধিক লোকৰ মৃত্যু হয়। এই ভুক্তভোগীসকলৰ প্ৰায় ২৮% ই শিশু। সেয়ে, বিশ্বৰ বহুতো চহৰ আৰু ৰাজ্যত ইতিমধ্যে ৰাজহুৱা ধূমপান নিষিদ্ধ কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে বিশ্বব্যাপী ধঁ‌পাতৰ ফলত হোৱা ৰোগ আৰু মৃত্যুৰ প্ৰতিক্ৰিয়া হিচাপে ১৯৮৭ চনতে বিশ্ব বিৰোধী দিৱসৰ সৃষ্টি কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই ১৯৮৭ চনত ডব্লিউ.এইচ.এ ৪০.৩৮ প্ৰস্তাৱ গৃহীত কৰিছিল আৰু ৭ এপ্ৰিলক “বিশ্ব ধূমপান বিৰোধী দিৱস” পালন কৰিবলৈ আহ্বান জনাইছিল। পিছত ১৯৮৮ চনত বিশ্ব ধঁপাত বিৰোধী দিৱস প্ৰতিবছৰে পালন কৰিবলৈ ৩১ মে’ তাৰিখটো নিৰ্ধাৰণ কৰি জাৰী কৰা প্ৰস্তাৱ ডব্লিউ.এইচ.এ. ৪২.১৯ পিছলৈ গৃহীত কৰা হৈছিল।

Previous Post

সাৱধান! মহানগৰীত স্কুলৰ গাড়ী চালকৰ ৰূপত ড্ৰাগছ ব্যৱসায়ী

Next Post

আচৰণ বিধি উলংঘন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ নিৰ্বাচন আয়োগৰ জাননী!

Related Posts

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing
News

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing

November 30, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
News

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati

November 30, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ
News

PM to interact with beneficiaries of Viksit Bharat Sankalp Yatra on 30th November

November 29, 2023
Otis India offers online order-booking for Gen3™ Nova range of elevators
News

Otis India offers online order-booking for Gen3™ Nova range of elevators

November 29, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
আচৰণ বিধি উলংঘন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ নিৰ্বাচন আয়োগৰ জাননী!

আচৰণ বিধি উলংঘন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ নিৰ্বাচন আয়োগৰ জাননী!

সুনীল গাভাস্কাৰে শুভাৰম্ভ কৰিলে ‘টপচেম সমৃদ্ধি আঁচনি’

সুনীল গাভাস্কাৰে শুভাৰম্ভ কৰিলে 'টপচেম সমৃদ্ধি আঁচনি'

প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDয়ে বিচাৰিছে তদন্তৰ অনুমতি

প্ৰতীক হাজেলাৰ বিৰুদ্ধে CIDয়ে বিচাৰিছে তদন্তৰ অনুমতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8