• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

টীম হিউমেনিটিৰ উদ্যোগত অনুষ্ঠিত ৰক্তদান শিবিৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 21, 2022
in News, অসম, সংবাদ
1 min read
0
টীম হিউমেনিটিৰ উদ্যোগত অনুষ্ঠিত ৰক্তদান শিবিৰ
Share on FacebookShare on Twitter

অসমৰ জনপ্ৰিয় বেচৰকাৰী ৰক্তদান সন্থা টীম হিউমেনিটিৰ উদ্যোগত আৰু সুবাসৰ সহযোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তভড়াল কৰ্তৃপক্ষৰ জড়িয়তে আজি টীয়কৰ বৰা বজাৰ প্ৰাংগণত এটি স্বেচ্ছাসেৱী ৰক্তদান শিবিৰ আৰু সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

উক্ত ৰক্তদান শিবিৰত টীয়ক অঞ্চলৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০জনৰো অধিক ব্যক্তিয়ে ৰক্তদান কৰে।যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তভড়ালৰ ভাৰপ্ৰাপ্ত বিষয়া ডা: বিদিত কুমাৰ গগৈ উক্ত শিবিৰত উপস্থিত থাকি সকলোকে উৎসাহিত কৰাৰ লগতে ৰক্তদান যে মহান দান আৰু এই ৰক্তদানে যে বহুতকে জীৱনদান দিব পাৰে তাৰ ওপৰত সজাগতা অনাৰ প্ৰয়াস অব্যাহত ৰাখে আৰু সকলোকে স্ব-ইচ্ছাৰে ৰক্তদান কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ২০১৫ চনত যোৰহাট জিলাৰ কেইগৰাকীমান যুৱকে ৰাইজৰ সুবিধাৰ্থে গঠন কৰা টীম হিউমেনিটিয়ে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০০০ ৰোগীক বিনামূল্য ৰক্তদান কৰাৰ লগতে এই পৰ্যন্ত সমগ্ৰ অসমৰ প্ৰায় ৭৪০০০ সদস্য এই টীমৰ অন্তৰ্ভূক্ত হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

শিলচৰ থানাত অঘটনঃ ছাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা এজনৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
শিলচৰ থানাত অঘটনঃ ছাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা এজনৰ

শিলচৰ থানাত অঘটনঃ ছাৰ্ভিচ ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা এজনৰ

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি!

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি!

কিশোৰক অকথ্য নিৰ্যাতন চলোৱা SI বৰদলৈক নিলম্বন

কিশোৰক অকথ্য নিৰ্যাতন চলোৱা SI বৰদলৈক নিলম্বন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8