বৃহস্পতিবাৰে মূলসূঁতিলৈ উভতি আহিব ২ উগ্রপন্থী সংগঠনৰ সদস্য। আজি কলাক্ষেত্রত অস্ত্র সমৰ্পণ কৰিব ২ উগ্রপন্থী সংগঠনৰ সদস্যই। TLA আৰু UGPOৰ কেডাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হ’ব অস্ত্র সমৰ্পণ কাৰ্যসূচী। মূলসুঁতিলৈ উভতি অহাসকললৈ এককালীন বিত্তীয় অনুদান দিয়াৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।