• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰে পৰা আৰম্ভ হ’ল অসম গ্ৰন্থ মেলা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2021
in News
1 min read
0
আজিৰে পৰা আৰম্ভ হ’ল অসম গ্ৰন্থ মেলা
Share on FacebookShare on Twitter

আজিৰে পৰা গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হ’ল অসম গ্ৰন্থ মেলা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে এইবাৰৰ অসম গ্ৰন্থমেলা।

১২ দিন ধৰি অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থ মেলাত এইবাৰ ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু বিদেশৰ মুঠ ১৫০ খন বিপণীয়ে অংশগ্ৰহণ কৰিছে।
আজি বিয়লি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে গ্ৰন্থমেলা খন উদ্বোধন কৰে। উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, “কিতাপ পঢ়া মানে মনৰ প্ৰশান্তি। গ্ৰন্থৰ মাজত নিজকে বিলীন কৰিব পাৰিলে অন্তৰাত্মাক পুনৰাৱিস্কাৰ কৰিব পৰা যায়। সেয়েহে আমি কিতাপ পঢ়া সংস্কৃতি গঢ়িব লাগিব”।
অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল আজিৰ উদ্বোধনী সভাত। এই অনুষ্ঠানতে অসম প্ৰকাশন পৰিষদে ডাঃ নন্দিতা দেৱীক তেওঁৰ ‘বঙল বহু দূৰ’ নামৰ উপন্যাসখনৰ বাবে ২০২১ বৰ্ষৰ ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১’ প্ৰদান কৰে।
গ্ৰন্থ মেলাৰ প্ৰথম দিনটোতে বহু কেইখন গ্ৰন্থ উন্মোচনৰ কৰা হয়। সন্ধিয়া ৫-৩০ বজাৰ পৰা আৰম্ভ হোৱা আজিৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী পবিত্ৰ মাৰ্ঘেৰিটাই।

Previous Post

নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কঠোৰ হ’ব মহানগৰৰ প্ৰশাসন

Next Post

নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA

Related Posts

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?
News

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?

January 24, 2023
আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী
News

আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

December 16, 2022
মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন
Exclusive

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

December 16, 2022
কোনে কোনে পাব অৰুণোদয় 2.O আঁচনিৰ সুবিধা ?
News

কোনে কোনে পাব অৰুণোদয় 2.O আঁচনিৰ সুবিধা ?

December 14, 2022
গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ
News

গামোচাক ভৌগোলিক সংকেত স্বীকৃতি লাভ

December 14, 2022
চীনা ব্যৱসায়ীৰ ওপৰত ISIS সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণ
ক্ৰাইম

চীনা ব্যৱসায়ীৰ ওপৰত ISIS সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণ

December 13, 2022
Next Post
নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA

নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ নহয় AFSPA

অমিক্ৰনৰ লগতে ডেল্টা ভেৰিয়েণ্টেও বঢ়াইছে আতংক

অমিক্ৰনৰ লগতে ডেল্টা ভেৰিয়েণ্টেও বঢ়াইছে আতংক

শীঘ্ৰেই দাখিল হ’ব অসম-মেঘালয় সীমা বিবাদৰ প্ৰতিবেদন!

শীঘ্ৰেই দাখিল হ’ব অসম-মেঘালয় সীমা বিবাদৰ প্ৰতিবেদন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8