• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পৃথিৱীৰ চতুর্থ দৰিদ্ৰ দেশখনৰ জানিব লগীয়া কথাবোৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
August 3, 2022
in News, সংবাদ
1 min read
0
পৃথিৱীৰ চতুর্থ দৰিদ্ৰ দেশখনৰ জানিব লগীয়া কথাবোৰ!
Share on FacebookShare on Twitter

আফ্ৰিকা মহাদেশৰ এখন দেশ হ’ল কঙ্গো। কঙ্গোৰ ৰাজধানী হ’ল কিনচাসা।
বৰ্তমান কঙ্গো দেশখনৰ মুঠ জনসংখ্যা ৮২,২৪৩,০০০।

কঙ্গো দেশখন পৃথিৱীৰ চতুর্থ তম দৰিদ্ৰ দেশ বুলি বিবেচিত হয়। এই দেশখনৰ বেছিভাগ লোকে দিনটোত এসাজ খায়েই জীৱন অতিবাহিত কৰিব লগীয়া হৈছে।

এইখন দেশত সোণ, ডাইমণ্ড, কপাৰৰ দৰে প্ৰাকৃতিক সম্পদ থকাৰ পিছতো কঙ্গো দেশখন দৰিদ্ৰ। কঙ্গো দেশ ইমানে দৰিদ্ৰ যে, এই দেশৰ বৰ্তমানেও বহুতো ঠাই বিদ্যুতৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। কঙ্গো দেশখনতেই সকলোতকৈ বেছি শিশুৰ মৃত্যু হয়। ২০১০ চনত প্রথম এটিএম মেচিন আফ্রিকা মহাদেশৰ কঙ্গো ৰাষ্ট্ৰখনতেই প্ৰচলন কৰা হৈছিল। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ সময়তো এই দেশৰ লোক সকলে জৰা-ফুকাৰ দৰে অন্ধবিশ্বাসত বিশ্বাসী। কঙ্গো দেশত নিবনুৱা সমস্যা প্ৰৱল। কঙ্গো দেশৰ ৬০ শতাংশতকৈ অধিক মানুহ খেতিৰ ওপৰত নিৰ্ভৰশীল। এই দেশত সবাতকৈ অধিক ধান খেতি কৰা হয়।

Previous Post

গুৱাহাটীত এইবাৰ জব্দ হ’ল সোণৰ নাও!

Next Post

কৌতূহলৰ সৃষ্টি কৰিছে চিলিত আৱিষ্কাৰ হোৱা ৰহস্যজনক প্ৰকাণ্ড গাঁতে

Related Posts

News

Ministry of Health & Family Welfare organises World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati today

December 1, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing
News

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing

November 30, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
News

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati

November 30, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ
News

PM to interact with beneficiaries of Viksit Bharat Sankalp Yatra on 30th November

November 29, 2023
Next Post
কৌতূহলৰ সৃষ্টি কৰিছে চিলিত আৱিষ্কাৰ হোৱা ৰহস্যজনক প্ৰকাণ্ড গাঁতে

কৌতূহলৰ সৃষ্টি কৰিছে চিলিত আৱিষ্কাৰ হোৱা ৰহস্যজনক প্ৰকাণ্ড গাঁতে

উৎকোচ লৈ হাতে–লোটে ধৰা পৰিল কাছাৰৰ বন বিষয়া!

উৎকোচ লৈ হাতে–লোটে ধৰা পৰিল কাছাৰৰ বন বিষয়া!

১৫ আগষ্টলৈকে সকলো স্মাৰক, সংগ্ৰহালয়ত বিনামূলীয়া প্ৰৱেশ, নালাগে টিকট!

১৫ আগষ্টলৈকে সকলো স্মাৰক, সংগ্ৰহালয়ত বিনামূলীয়া প্ৰৱেশ, নালাগে টিকট!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8