• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নিউজ বুলেটিন

পলকতে দিনটোৰ শীৰ্ষ বাতৰি

নিউজ ডেস্ক by নিউজ ডেস্ক
March 21, 2022
in News, নিউজ বুলেটিন, সংবাদ
1 min read
0
নিউজ বুলেটিন
Share on FacebookShare on Twitter

 ১ কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বিধায়ক বেচা-কিনা প্ৰসংগক লৈ আজি বিধানসভা উত্তপ্ত হৈ পৰে। বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীয়ে উক্ত বিষয়টোক লৈ সদনত মন্তব্য ৰাখে। বিৰোধীৰ কটাক্ষৰ প্ৰত্যুত্তৰ দি ড০ শৰ্মাই কয়- মই কোনো বিৰোধীৰ বিধায়কৰ ঘৰলৈ যাব নোৱাৰিম নেকি?

২ নৃশংসঃ ৮ বছৰীয়া শিশুক দলবদ্ধ বলাৎকাৰ

দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে বলাৎকাৰৰ ঘটনা। ইয়াৰ মাজতে এগৰাকী ৮ বছৰীয়া শিশু কামনাৰ বলি হোৱা ঘটনা পোহৰলৈ আহিছে। এই ঘটনা বিহাৰৰ বাংকা জিলাত সংঘটিত হৈছে।

৩ দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং

দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব বীৰেন সিং। আজি দুপৰীয়া ৩বজাত অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠান। ৰবিবাৰে মণিপুৰত বিজেপিৰ শীৰ্ষ নেতৃত্ব উপস্থিত হৈ ঘোষণা মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিছিল।

৪ মহানগৰীৰ ৰাজপথত বিৰামহীন ‘অল আউট’! কি এই ‘অল আউট’?

দেওবাৰৰ দিনটোত মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে বিৰামহীন অভিযানত জপিয়াই পৰিল কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল৷

৫ অসমৰে এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে দুদিন দিন–ৰাতি একাকাৰ কৰি অভিভাৱকে কৰিলে অপক্ষা!

শিৱসাগৰৰ ১নং টাউন প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ ব্যতিক্ৰমী দৃশ্য। সন্তানৰ নামভৰ্তিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ দুদিন দিন–ৰাতি একাকাৰ কৰি প্ৰৱেশদ্বাৰৰ সন্মুখত অপেক্ষা কৰিলে অভিভাৱকসকলে।

Previous Post

নৃশংস! গণপ্ৰহাৰত মৃত্যু এজনৰ

Next Post

পেলনীয়া ইলেক্ট্ৰনিকছ সামগ্ৰীৰে হিমন্ত বিশ্ব শৰ্মা, অক্ষয়ৰ প্ৰতিকৃতি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
পেলনীয়া ইলেক্ট্ৰনিকছ সামগ্ৰীৰে হিমন্ত বিশ্ব শৰ্মা, অক্ষয়ৰ প্ৰতিকৃতি

পেলনীয়া ইলেক্ট্ৰনিকছ সামগ্ৰীৰে হিমন্ত বিশ্ব শৰ্মা, অক্ষয়ৰ প্ৰতিকৃতি

‘বৰষা শৰ্মালৈ মূকাভিনয়ৰ ৰাষ্ট্ৰীয় জলপানি ‘

'বৰষা শৰ্মালৈ মূকাভিনয়ৰ ৰাষ্ট্ৰীয় জলপানি '

গোলাবর্ষণত নিহত ইউক্রেইনৰ বেলে’ তাৰকা আৰটম

গোলাবর্ষণত নিহত ইউক্রেইনৰ বেলে' তাৰকা আৰটম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8