• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লংকাৰ কাকীত প্ৰয়াত প্ৰাক্তন আছুৰ নেতালৈ শ্ৰদ্ধাঞ্জলী

নিউজ ডেস্ক by নিউজ ডেস্ক
April 29, 2022
in News, অসম, সংবাদ
0
লংকাৰ কাকীত প্ৰয়াত প্ৰাক্তন আছুৰ নেতালৈ শ্ৰদ্ধাঞ্জলী
Share on FacebookShare on Twitter

লংকাৰ কাকীত সদ্য প্ৰয়াত প্ৰাক্তন আছুৰ নেতালৈ প্ৰাক্তন কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা কৰ্মীৰ শ্ৰদ্ধাঞ্জলী আৰু পৰিয়ালক সাহাৰ্য প্ৰদান৷ উল্লেখ্য যে, কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতিকে ধৰি কেইবাটাও গুৰুত্বপুৰ্ণ দায়িত্ব নিষ্ঠাৰে আৰু সততাৰে পালন কৰি কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা বিদায় লৈছিল আচাবউদ্দিন নামৰ যুৱকজনে৷

ছাত্ৰ সন্থাৰ পৰা বিদায় লৈ প্ৰয়াত আচাবউদ্দিন আহমেদে কাকীৰ বিভিন্ন সামাজিক কাম আৰু এজন সুদক্ষ ক্ৰিয়া সংগঠক হিচাপে সেৱা আগবহাই আছিল৷ ইয়াৰ মাজতে পৰিয়াল পোহপাল দিবলৈ গাড়ীৰ হেন্দিমেন আদিৰ দৰে কাম কৰিবলৈও কুন্ঠাবোধ কৰা নাছিল৷

হঠা়ৎ ২২ এপ্ৰিল তাৰিখে তেখেতৰ মৃত্যু হয়। একালৰ এই ছাত্ৰনেতা গৰাকীৰ পৰিয়ালটোৰ দুৰৱস্থাক কিছু সকাহ দিয়াৰ লক্ষ্যৰে কাকী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নুৰ মাহমুদৰ নেতৃত্বত একাংশ প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতা কৰ্মীয়ে প্ৰয়াত আছাবউদ্দিন আহমেদৰ ঘৰত উপস্থিত হৈ কিছু খাদ্য সামগ্ৰী, নগদ ধন আৰু এখন শ্ৰদ্ধাঞ্জলী পত্ৰৰে প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ পৰিয়ালৰ দুখৰ সমভাগী হয়৷ ইফালে প্ৰাক্তন কাকী আঞ্চলিক ছাত্ৰ নেতা কৰ্মী সকলে প্ৰয়াত আচাবউদ্দিন আহমেদৰ পৰিয়ালটোৰ প্ৰতি ভৱিষ্যতেও সহায় সহযোগিতাৰ কৰাৰ আশ্বাস প্ৰদান কৰে৷

Previous Post

আজাদি কা অমৃত মহোৎসৱ উপলক্ষে আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেল ২০২২ৰ শুভাৰম্ভ

Next Post

গণেশগুৰিৰ উৰণীয়া সেতুত পথ দুৰ্ঘটনা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
দূৰ্ঘটনা! খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ

গণেশগুৰিৰ উৰণীয়া সেতুত পথ দুৰ্ঘটনা

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আছুৰ গুণ্ডাগিৰি!

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত আছুৰ গুণ্ডাগিৰি!

এনকাউণ্টাৰ! কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত ৰাজস্থানৰ ড্ৰাগছ বেপাৰী

এনকাউণ্টাৰ! কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত ৰাজস্থানৰ ড্ৰাগছ বেপাৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8