• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আৰক্ষীৰ জালত পৰিল গাড়ীগাওঁ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
March 19, 2022
in News, অসম, ক্ৰাইম, গুৱাহাটী, সংবাদ
1 min read
0
আৰক্ষীৰ জালত পৰিল গাড়ীগাওঁ ধৰ্ষণকাণ্ডৰ দুই অভিযুক্ত
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে গাড়ীগাওঁ ধৰ্ষণকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বিকি আলীক আৰক্ষীয়ে এন্কাউন্টাৰ কৰা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে ।
এয়াৰ পাছতেই ৰাজ্য কঁপোৱা এই ধৰ্ষণ কাণ্ডত জড়িত পলাতক দুই অভিযুক্ত ফাইজুল আৰু পোনা আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, মৰিগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে দুই ধৰ্ষণকাৰীক। ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ পিছতেই মৰিগাঁৱত আত্মগোপন কৰি আছিল ফাইজুল আলী আৰু পোনা আলী।

ইফালে গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে। আনহাতে বৰ্তমানো পলাতক অৱস্থাত আছে আন দুই অভিযুক্ত।

বিগত ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত ১৬ বছৰীয়া এগৰাকী কিশোৰীক পাঁচজনকৈ বন্ধুৱে মিলি ধর্ষণ কৰিছিল । তাৰপাছতে কিশোৰী গৰাকীৰ পৰিয়ালে দাখিল কৰিছিল এজাহাৰ । গুৱাহাটীৰ পাণবজাৰ মহিলা আৰক্ষী থানাত ১৯/২২ নম্বৰত এই সন্দৰ্ভত ৰুজু হৈছিল গোচৰ ।

Previous Post

গীতিমা দাসলৈ পুতলা নাচৰ বাবে যুৱ শিল্পী বৃত্তি প্ৰদান

Next Post

হোলীৰ আনন্দৰ মাজতে সলিল সমাধি দুজনৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
হোলীৰ আনন্দৰ মাজতে সলিল সমাধি দুজনৰ

হোলীৰ আনন্দৰ মাজতে সলিল সমাধি দুজনৰ

নিউজ বুলেটিন

নিউজ বুলেটিন

ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ৫ ছাত্ৰ

বকোত পথ দুৰ্ঘটনা; শাক-পাচলি কঢ়িয়াই অনা বাহনৰ খুন্দাত মৃত্যু এজনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8