• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১২-১৪ বছৰৰ কিশোৰ-কিশোৰীক দিয়া হ’ব ভেকচিন; চৰকাৰৰ পৰিকল্পনা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 18, 2022
in News, অসম
1 min read
0
১২-১৪ বছৰৰ কিশোৰ-কিশোৰীক দিয়া হ’ব ভেকচিন; চৰকাৰৰ পৰিকল্পনা
Share on FacebookShare on Twitter

ক’ৰনা মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত যথেষ্ট পৰিমানে ভেকচিনৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে সোমবাৰ পৰ্যন্ত ৰাজ্যখনত ৪ কোটি ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ১৫ ৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীসকলকো ভেকচিনৰ ব্যৱস্থা কৰিছে চৰকাৰে।
সমগ্র ৰাজ্যত ৫০০ শিক্ষানুষ্ঠানত এই ভেকচিন দিয়া হৈছে। এক লাখ শিক্ষাৰ্থীক ভেকচিন দিয়াৰ লক্ষ্যৰে এই প্ৰচেষ্টা হাতত লোৱা হৈছে ।
মাৰ্চৰ মাহৰ পৰা আৰম্ভ হ’ব ১২ বছৰৰ পৰা ১৪ বছৰ বয়সৰ কিশোৰক ক’ভিড টিকাকৰণ আৰম্ভ কৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰিছে ক’ভিড-১৯ কাৰ্যকৰী গোট NTAGIৰ অধ্যক্ষ ড০ এন কে অৰোৰাই।

ইপিনে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ আনুমানিক ৭.৪ কোটি শিশুৰ ভিতৰত ৩.৪৫ কোটিৰো অধিক কিশোৰে ইতিমধ্যে কভাক্সিনৰ প্ৰথম পালি লাভ কৰিছে আৰু তেওঁলোকৰ দ্বিতীয় পালি ২৮ দিনৰ ভিতৰত হ’ব বুলি আৰোৰাই সদৰি কৰে।

১৫-১৮ বছৰ বয়সৰ সকলোৱে সামৰি লোৱাৰ পিছত চৰকাৰে মাৰ্চ মাহত ১২-১৪ বছৰ বয়সৰ কিশোৰ কিশোৰী সকলৰ বাবে টিকাকৰণ অভিযান আৰম্ভ কৰাৰ বাবে নীতিগত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ প্ৰকাশ কৰে ।

Previous Post

অসমে সম্পূৰ্ণ কৰিলে ৪ কোটি ভেকচিন প্ৰদানৰ কাম

Next Post

১৯ আৰু ২০ জানুৱাৰীত ৰাজ্যত বৰষুণৰ সম্ভাৱনা

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
১৯ আৰু ২০ জানুৱাৰীত ৰাজ্যত বৰষুণৰ সম্ভাৱনা

১৯ আৰু ২০ জানুৱাৰীত ৰাজ্যত বৰষুণৰ সম্ভাৱনা

কাজিৰঙাত ক্ৰমাৎ হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

কাজিৰঙাত ক্ৰমাৎ হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা

আৰক্ষীয়ে দাখিল কৰিলে অনিমেষ ভূঞা হত্যাকাণ্ডৰ ৮৮০ পৃষ্ঠাৰ চাৰ্জশ্বিট

আৰক্ষীয়ে দাখিল কৰিলে অনিমেষ ভূঞা হত্যাকাণ্ডৰ ৮৮০ পৃষ্ঠাৰ চাৰ্জশ্বিট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8