• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিধানসভাত কেনেকৈ আহিল ভেনিটি ভান?

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in News, অসম, ৰাজনীতি, সংবাদ
1 min read
0
বিধানসভাত কেনেকৈ আহিল ভেনিটি ভান?
Share on FacebookShare on Twitter

শেহতীয়াকৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৩৫ লাখ টকাৰে চাৰিখনকৈ গ’ল্ফ কাৰ্ট কিনি চমক দিছিল । চলিত বিধানসভাৰ বাজেট অধিবেশনত এই গ’ল্ফ কাৰ্ট কেইখনেৰে বিধায়কসকলক তেওঁলোকৰ কোৱাৰ্টাৰৰ পৰা সদনলৈ অনা-নিয়াৰ কাম কৰি থকা হৈছে । পিছে এইবাৰ বিধানসভা চৌহদত সোমাল ভেনিটী ভান । ঠিক বলিউডৰ চুপাৰষ্টাৰসকলে ব্যৱহাৰ কৰা অত্যাধুনিক সকলো সা-সুবিধাৰে পূৰ্ণ কোটি টকীয়া ভেনিটী ভান । কোনো বলীউডৰ ছুপাৰষ্টাৰৰ শ্বুটিঙৰ বাবে নহয় । এইবাৰ মন্ত্ৰী-বিধায়কৰ লগতে ভি ভি আই পি আৰু ভি আই পি বহিব এনে ব্যয়বহুল বাহনত।

অসমলৈ অহা বিভিন্ন ভি ভি আই পিৰ বাবে এনে এখন ভেনিটী ভান বিধানসভাতে ৰখাৰ পৰিকল্পনা কৰিছে বিধানসভা সচিবালয়ে । সোমবাৰে বিধানসভা চৌহদত অনা হয় এই ভেনিটী ভানখন । ভানখনৰ ভিতৰত পাকঘৰ, শোৱনি কোঠা, আৰামদায়ক চোফা, বাথৰূম সকলো আছে । আছে অত্যাধুনিক এটা অফিচ কক্ষও । সোমবাৰে বিধানসভা চৌহদলৈ অনা এই কোটিটকীয়া বিলাসী ভেনিটী ভানখন আচলতে ভাৰতীয় সেনা বাহিনীৰ । পৰীক্ষামূলকভাৱে এইখন বিধানসভালৈ অনা হৈছে আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে যে এনে এখন ভেনিটী ভান অসম বিধানসভায়ো ক্ৰয় কৰিব যাতে অসমলৈ অহা বিভিন্ন ভি ভি আই পিৰ বাবে এইখন ব্যৱহাৰ কৰিব পাৰি ।

সদ্যহতে পৰীক্ষামূলকভাবে অনা এই ভেনিটী ভানখন বড়ো সাহিত্য সভাৰ আগন্তুক তামুলপুৰ অধিবেশনৰ বাবে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অহাৰ সময়ত ব্যৱহাৰ কৰা হ’ব বুলিও তেওঁ কয় ‌। কিন্তু বিধানসভা সচিবালয় কিম্বা অধ্যক্ষৰ এনেবিলাক কামকাজক মুঠেও সহজে ল’ব পৰা নাই বিৰোধীয়ে ।

আনহাতে, বিধানসভাৰ বাহিৰে-ভিতৰে চৰ্চা চলি আছে এই সমূহত ধন খৰচ কৰাতকৈ নিবনুৱাক সহায় কৰা উচিত। আনহাতে ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi) কয়- ”যিসময়ত মানুহে খাবলৈ পোৱা নাই, সেই সময়ত ভেনিটি ভেন আনিছে, এতিয়া মন্ত্ৰী-বিধায়কে তাত গৈ কি মেকআপ কৰিব নেকি?”।

অধ্যক্ষই আচলতে বিধায়কসকলে পিটন খোৱাৰ বুদ্ধি কৰিছে । মই ভাবো এইবিলাক কিনা-মেলাৰ অন্তৰালত কমিছনৰ অংক আছে । “ভেনিটী ভান দেখি বিচুৰ্তি খাইছে বিৰোধী দল এ আই ইউ ডি এফো । দলটোৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলামে কলে – “এইবোৰ দেখি আচৰিত লাগিছে । কোটি কোটি টকা এইবিলাকৰ নামত ব্যয় কৰাতকৈ যদি নিবনুৱাক সকাহ দিবলৈ ব্যৱহাৰ কৰিলেহেতেন ভাল পালোহেতেন । অৰ্থহীন কামত এইদৰে ধন ব্যয় কৰি থকা হৈছে ।

Previous Post

অনুষ্ঠান চলি থকাৰ মাজতেই গুলীবৰ্ষণ, নিহত ১৯ গৰাকী

Next Post

ৰাজ্য সভাৰ নিৰ্বাচনত এখন আসনত কংগ্ৰেছৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী ভূপেন বৰাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাজ্য সভাৰ নিৰ্বাচনত এখন আসনত কংগ্ৰেছৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী ভূপেন বৰাৰ

ৰাজ্য সভাৰ নিৰ্বাচনত এখন আসনত কংগ্ৰেছৰ জয়ী হোৱাটো নিশ্চিত বুলি দাবী ভূপেন বৰাৰ

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি!

গুৱাহাটীত চেঞ্চুৰী কোবোৱাৰ দিশে পেট্ৰ'ল

অনাস্থা প্ৰস্তাৱঃ গাদী ৰক্ষাৰ বাবে ইমৰানৰ হাতত ৬ দিন!

অনাস্থা প্ৰস্তাৱঃ গাদী ৰক্ষাৰ বাবে ইমৰানৰ হাতত ৬ দিন!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8