• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বছৰৰ শেষৰখন সংবাদমেলত কি কলে স্বাস্থ্যমন্ত্রীয়ে…

নিউজ ডেস্ক by নিউজ ডেস্ক
December 31, 2021
in News, অসম, গুৱাহাটী, ৰাজনীতি, সংবাদ
1 min read
0
বছৰৰ শেষৰখন সংবাদমেলত কি কলে স্বাস্থ্যমন্ত্রীয়ে…
Share on FacebookShare on Twitter

শুকুৰবাৰে বছৰটোৰ শেষৰখন সংবাদমেল সম্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।এই সংবাদমেলত অসমৰ শেহতীয়া মহামাৰীৰ পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যবাসীক সজাগ হবলৈ আহ্বান জনায় ।
শেহতীয়াকৈ দেশত তীব্ৰৰূপ লোৱা অমিক্ৰনক লৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অ’মিক্ৰনৰ বাবে ৯ হাজাৰ বিছনা সাজু কৰি ৰখা হৈছে বুলি মন্তব্য কৰে । লগতে অসমত বৰ্তমান মুঠ ১৬০০ ICU বিছনা মজুত আছে বুলি প্ৰকাশ কৰে । ইয়াৰ ১০০০ খনেই ৰখা হৈছে ক’ভিডৰ বাবে ৰখা হৈছে।
ইফালে ক’ৰণাত আক্ৰান্তৰ সংখ্যা দাঙি ধৰি তেওঁ বৰ্তমানলৈ ৬ লাখ ২০ হাজাৰ ৫৭৩ জন লোক আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰে । ইয়াৰে আৰোগ্যৰ সংখ্যা হৈছে ৬ লাখ ১২ হাজাৰ ২৮২গৰাকী ।
এতিয়ালৈ ৰাজ্যত মুঠ ৩ কোটি ৭৫ লাখ পালি টিকাকৰণ সম্পন্ন হোৱা বুলিও তথ্য দাঙি ধৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। লগতে বহাগ বিহুত ৮ খন নতুন কৰ্কট হাস্পতাল মুকলি হ’ব । পহিলা জানুৱাৰীৰ পৰা বন্ধ হ’ব MMCH ৰ সেৱা। পাণ্ডু-ধীৰেনপাৰাত মুকলি হ’ব নতুন চিকিৎসালয়।

Previous Post

ৰিলায়েঞ্চত অচিৰেই নেতৃত্বৰ পৰিৱৰ্তন হ’ব!

Next Post

বছৰৰ শেষৰ দিনটো কেনেদৰে পাৰ কৰিব আপুনি? নিশা ঘৰতে থাকিবনে? পৰিয়ালক কি ৰান্ধি খুৱাম বুলি ভাবিছে?

Related Posts

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing
News

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing

November 30, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
News

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati

November 30, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ
News

PM to interact with beneficiaries of Viksit Bharat Sankalp Yatra on 30th November

November 29, 2023
Otis India offers online order-booking for Gen3™ Nova range of elevators
News

Otis India offers online order-booking for Gen3™ Nova range of elevators

November 29, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
বছৰৰ শেষৰ দিনটো কেনেদৰে পাৰ কৰিব আপুনি? নিশা ঘৰতে থাকিবনে? পৰিয়ালক কি ৰান্ধি খুৱাম বুলি ভাবিছে?

বছৰৰ শেষৰ দিনটো কেনেদৰে পাৰ কৰিব আপুনি? নিশা ঘৰতে থাকিবনে? পৰিয়ালক কি ৰান্ধি খুৱাম বুলি ভাবিছে?

নিবনুৱালৈ ভাল খবৰঃ আবেদন বিচৰা হৈছে PNRDত

নিবনুৱালৈ ভাল খবৰঃ আবেদন বিচৰা হৈছে PNRDত

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8