• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শৰীৰত ভিটামিন-চি ৰ অভাৱ পূৰণ কৰিবলৈ আহাৰত কি খাব আপুনি?

নিউজ ডেস্ক by নিউজ ডেস্ক
May 12, 2022
in News, খাদ্যাভাস, জীৱনশৈলী, সংবাদ
1 min read
0
শৰীৰত ভিটামিন-চি ৰ অভাৱ পূৰণ কৰিবলৈ আহাৰত কি খাব আপুনি?
Share on FacebookShare on Twitter

এটা নেমুটেঙা বজাৰত ১০ ৰ পৰা ১৫ টকাত বিক্ৰী কৰা হৈছে। আনফালে, কৰোনা কালত নেমুৰ চাহিদা অধিক বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে, নেমুটেঙা ভিটামিন-চি ৰে সমৃদ্ধ। বিশেষজ্ঞসকলৰ মতে, ভিটামিন-চি হৈছে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে ওজনৰ এক মিশ্ৰণ। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ সাধাৰণ জনতা আগৰ তুলনাত বহুত বেছি স্বাস্থ্য সচেতন হোৱা দেখা গৈছে। কিন্তু, নেমুটেঙাৰ সলনি, কোনবোৰ পাচলিয়ে শৰীৰত ভিটামিন-চিৰ অভাৱ পূৰণ কৰিব পাৰে, আপুনি জানেনে?

চিকিৎসকৰ পৰামৰ্শ অনুসৰি, এজন ব্যক্তিক প্ৰতিদিনে ৯০ মিঃগ্ৰাঃ ভিটামিন-চি ৰ প্ৰয়োজন। নেমুত প্ৰায় ৬০ মিঃগ্ৰাঃ ভিটামিন-চি থাকে। ইয়াৰ উপৰিও, আন বহুতো পাচলিত ইয়াতকৈ অধিক ভিটামিন-চি থাকে। সেইবোৰ কি আহকচোন চাও?

১) মধুৰিআম – এটা মধুৰিআমত ৩৭৭ মিঃগ্ৰাঃ ভিটামিন-চি থাকে। প্ৰতিদিনে এটা কৈ মধুৰিআম খালেও শৰীৰৰ বাবে যথেষ্ট লাভজনক হ’ব।

২) পকা অমিতা – পকা অমিতাত ৯৫.৬ মিঃগ্ৰাঃ ভিটামিন-চি থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে হাড়ৰ বিষ হ্ৰাস কৰাত সহায় কৰে।

৩) ব্ৰকলি – এক কাপ ব্ৰকলিত ৮১.২ মিঃগ্ৰাঃ ভিটামিন-চি থাকে।

৪) বন্ধাকবি – ইয়াত ৮০ মিঃগ্ৰাঃ ভিটামিন-চি থাকে।

ইয়াৰ উপৰিও, ফুলকবি, শালগমতো উচ্চ পৰিমাণৰ ভিটামিন চি থাকে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

আজিৰে পৰা গুৱাহাটীত বন্ধ থাকিব পেট্ৰল পাম্প

Related Posts

News

Guwahati Mayor launches Urban IEC Van on Viksit Bharat Sankalp Yatra

November 28, 2023
Viksit Bharat Sankalp Yatra: 20,00,000 participants in less than 2 weeks
News

Viksit Bharat Sankalp Yatra: 20,00,000 participants in less than 2 weeks

November 28, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
News

Viksit Bharat Sankalp Yatra receives encouraging public response in Assam

November 27, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
আজিৰে পৰা গুৱাহাটীত বন্ধ থাকিব পেট্ৰল পাম্প

আজিৰে পৰা গুৱাহাটীত বন্ধ থাকিব পেট্ৰল পাম্প

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

স্থগিত ৰখা নহ’ব NEET PG 22 পৰীক্ষা : উচ্চতম ন্যায়ালয়

স্থগিত ৰখা নহ'ব NEET PG 22 পৰীক্ষা : উচ্চতম ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8